নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গৰৈমাৰীত কলহী নৈত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত, দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, সোণতলী, ১১ মে’ : কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ খাৰিদল অঞ্চলত কলহী নৈৰ ওপৰত এখন স্থায়ী দলং নথকাৰ বাবে প্ৰতিদিনেই শ শ গঞা ৰাইজে মৰণত শৰণ দি নৈ পাৰাপাৰ হ’বলগীয়া হৈছে। নাৱৰীয়া অবিহনে টুলুঙা নাৱেৰে…

চৰাইদেউৰ ভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি, ধ্বংসস্তূপত পৰিণত বিদ্যালয়

নিয়মীয়া বাৰ্তা, চৰাইদেউ, ১১ মে’ : যোৱানিশা অহা এজাক প্ৰবল ধুমুহা-বৰষুণে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ জিলাখনৰ চফ্ৰাই, মাইবেলা, মথুৰাপুৰ আদিৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণজাকে ব্যাপক ক্ষতি কৰে৷ নিশা আচম্বিতে অহা বিধ্বংসী…

পশ্চিমবংগত শুভেন্দু অধিকাৰীয়ে প্ৰথম কেবিনেট বৈঠকতে ললে ৬টা ডাঙৰ সিদ্ধান্ত

শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকতে গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত। বৈঠকত সীমান্ত সুৰক্ষা, স্বাস্থ্য, নিয়োগ আৰু জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ৬টা…

ভব্য আয়োজনেৰে কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, অতিথিৰ তালিকাত কোন কোন ?

ডিজিটেল ডেস্ক, ১১ মে' : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাইলৈ (১২ মে’) গুৱাহাটীত শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহৎ আয়োজনেৰে এই শপতগ্ৰহণ অনুষ্ঠান কাইলৈ পুৱা ১১:৪০ বজাৰ…

ৰূপহীহাটত গ্ৰেপ্তাৰ ৪ জুৱাৰী, নগদ ধন-ম’বাইল ফোন জব্দ

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১১ মে' : ৰূপহীহাটত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা আমবাগান আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আমবাগান বজাৰত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত ৪জন জুৱাৰীক গ্ৰেপ্তাৰৰ লগতে জুৱা…

বিশ্বজুৰি অস্থিৰতাৰ মাজতে দেশবাসীক ৭টা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম এছিয়াত বৃদ্ধি পোৱা সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেল ১০৫ ডলাৰৰ ওপৰলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশবাসীক ৭টা বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই সাতটা…

কাইলৈ পুৱাহে স্পষ্ট হ’ব নতুন মন্ত্ৰীসভাৰ চূড়ান্ত ছবি

অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ অব্যাহত আছে তৎপৰতা। কাইলৈ পুৱা ৭ বজাৰ পিছতহে ঘোষণা কৰা হ’ব মুখ্যমন্ত্ৰীৰ সৈতে কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। এই কথা জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে আজি মাজনিশাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে…

ইউক্রেইনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ ইংগিত পুটিনৰ

ডিজিটেল ডেস্ক, ১১ মে’ : সুদীর্ঘ চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইন যুদ্ধ সমাপ্তিৰ দিশত৷ তেনে এটা ইংগিতকেই দিলে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ সূত্রৰ খবৰ মতে, দুয়োখন ৰাষ্ট্রৰ মাজত চলি থকা সংঘাত ৰোধ কৰিবলৈ ইচ্ছুক হৈ উঠিছে তেওঁ৷ শীঘ্রেই…

ছ’চিয়েল মিডিয়াত ২.৫০ লাখ অনুৰাগী হ’লেহে খেলিব পাৰিব ক্রিকেট লীগ

শ্রীলংকা ক্রিকেট ব’র্ডে কৰিলে এটা অদ্ভুত নিয়ম৷ দেশৰ ঘৰুৱা লীগ অর্থাৎ শ্রীলংকা প্রিমিয়াৰ লীগত পঞ্জীয়ন কৰিবলৈ এতিয়া ক্রিকেট খেলাৰ অভিজ্ঞতা থকাটোৱেহ যথেষ্ট নহয়৷ ক্রিকেটাৰসকলেও ছ’চিয়েল মিডিয়াত তাৰকা হ’ব লাগিব৷ তেতিয়াহে তেওঁলোকে লীগত খেলাৰ সুযোগ…

জামুগুৰিহাটৰ হাটিঙা বিহু অনুষ্ঠানত চাঞ্চল্যকৰ হত্যাকাণ্ড

জামুগুৰিহাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বিহু অনুষ্ঠান চলি থকা সময়তে খুকুৰিৰে আক্ৰমণ কৰি এজন যুৱকক হত্যা কৰাৰ লগতে আন এজন যুৱকক গুৰুতৰভাৱে আহত কৰাৰ ঘটনা সংঘটিত…