দেশত বিদেশী অপৰাধীৰ গৰিষ্ঠসংখ্যকেই বাংলাদেশী, এনচিআৰবিৰ প্রতিবেদনত বিস্ফোৰক তথ্য
ডিজিটেল ডেস্ক, ৯ মে’ : সীমাৰ সিপাৰৰ পৰা হোৱা অনুপ্রৱেশ ভাৰতৰ সার্বভৌমত্ব–অখণ্ডতাৰ প্রতি এক বিৰাট ভাবুকি হৈ পৰিছে৷ বর্তমানেও সুযোগ বুজি অসমসহ সীমান্ত সংলগ্ণ ৰাজ্যসমূহেৰে অব্যাহত আছে বাংলাদেশীৰ অনুপ্রৱেশ৷ বিভিন্ন সময়ত অনুপ্রৱেশকাৰী সীমান্ত…