নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত বৰদুৱাৰ বাগানত জোঁৰ সমদল

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ : নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত ইতিমধ্যে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ ইয়াৰে…

দৃষ্টিহীন বিশ্বজয়ী ক্ৰিকেটাৰ চিমু দাসক জন্মভূমি কঠীয়াতলীত বিপুল সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, কঠীয়াতলী, ৭ ডিচেম্বৰ : দৃষ্টিহীন বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ চিমু দাসে আজি গৃহভূমি কঠীয়াতলীত পদাৰ্পণ কৰাৰ মুহূৰ্ততে কঠীয়াতলীৰ দল-সংগঠন, ব্যক্তিবিশেষৰ লগতে কঠীয়াতলী প্ৰেছ ক্লাবৰ সদস্যসকলে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।…

হাজোৰ মা কালী মন্দিৰৰ পিতলৰ মূৰ্তি চুৰি, তিনিজনক জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, হাজো, ৭ ডিচেম্বৰ : হাজো থানাৰ অন্তৰ্গত বামুণটোলাৰ সমীপৰ কালী মন্দিৰৰ পৰা কালি নিশা মা কালীৰ এটি পিতলৰ মূৰ্তি চুৰি হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, কালি হাজো বামুণটোলাত অৱস্থিত মা কালী মন্দিৰত…

ঢেকীয়াজুলিত শোকাৱহ ঘটনা, মৰণা মৰা মেচিনত প্ৰাণ হেৰুৱালে এজনে…

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ মৰণা মৰা মেচিনত সোমাই এজন লোক থিতাতে নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনাৰ বিৱৰণী অনুসৰি ৬ ডিচেম্বৰৰ নিশা ঢেকীয়াজুলি থানাৰ অন্তৰ্গত…

বৰহোলাত সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ : বৰহোলাত সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়। উদুলি-মদুলি পৰিৱেশত বৰহোলাৰ জয়ৰাম বৰা ক্ষেত্ৰত স্থাপন কৰা হয় লাইখুঁটা। ২১ ডিচেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম শিশু ভাওনা…

লখিমপুৰত ত্ৰিশ সহস্ৰাধিক গ্ৰন্থৰে নজিৰবিহীনভাৱে অনুষ্ঠিত বিনামূলীয়া গ্ৰন্থমেলা

বিশেষ বাৰ্তা, লখিমপুৰ, ৭ ডিচেম্বৰ : ৰাজ্যৰ ভিতৰতে নজিৰ স্হাপন কৰি আজি লখিমপুৰত অনুষ্ঠিত হ'ল বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ পৰা অসমৰ বৌদ্ধিক ক্ষেত্রখনলৈ গ'ল এক সুকীয়া বাৰ্তা। নজিৰবিহীনভাৱে ত্ৰিশ সহস্ৰাধিক গ্ৰন্থ সম্ভাৰেৰে অনুষ্ঠিত হ'ল…

ছবছৰে এচপৰা ইটাও পৰা নাই বাবৰি মছজিদৰ প্রস্তাৱিত ভূমিত, এতিয়াও আঁতৰা নাই অনিশ্চয়তা

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ২০১৯ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ ৰায়দানে বিবাদিত এলেকাত ৰাম মন্দিৰ নির্মাণৰ বিপৰীতে সেই ঠাইৰ পৰা ২২ কিলোমিটাৰ আঁতৰত ধনীপুৰ গাঁৱত বাবৰি মছজিদৰ বাবে ৫ একৰ ভূমি আবণ্টনৰ নির্দেশ দিয়ে৷ এই নির্দেশৰ ভিত্তিত ২০২০ চনৰ…

চেন্ট্ৰেল ছিল্ক ব’ৰ্ডত ১৭টা পদত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ২২ জানুৱাৰী ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্রালয়ৰ অধীনস্থ প্রতিষ্ঠান চেন্ট্ৰেল ছিল্ক ব’ৰ্ডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নগৰবেৰাত থানাত চুৰি বাইকৰ উজান, দুই বাইক চোৰক আটক

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ ডিচেম্বৰ : বাইক চোৰৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান | নগৰবেৰা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ পৰা চুৰি হোৱা ৫খনকৈ বাইক বাংলাদেশ সীমান্তৰ পৰা উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে…

সোণাগাছিত এছআইআৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : বিশেষ ব্যাপক পুনৰীক্ষণ (এছআইআৰ)ৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে৷ ৰেডলাইট এলেকা সোণাগাছিত দেহোপজীৱিনী হিচাপে কাম কৰা মহিলাসকলৰ বেছিভাগৰে নাই পূর্বপুৰুষৰ পৰিচয়৷ ইয়াৰ পিছতেই যৌনকর্মী…