গোৱাত নাইট ক্লাবত নিশা অঘটন : ২৫জন নিহত, ৫০ৰো অধিক আহত
নিউজ ডেস্ক, ৭ ডিচেম্বৰ : গোৱাৰ এটা নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ অন্ততঃ ২৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গোৱাৰ আৰপোৰা গাঁৱৰ “বাৰ্চ বাই ৰোমিঅ’ লেন” নামৰ ক্লাবটোত…