নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰাজস্থানৰ পৰা চেন্নাইলৈ ছেমছন, চেন্নাইৰ পৰা ৰাজস্থানলৈ জাদেজা

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : অৱশেষত অন্ত পৰিল জল্পনা–কল্পনাৰ৷ আইপিএলৰ ইতিহাসৰ অন্যতম গুৰুত্বপূর্ণ বাণিজ্য চুক্তি৷ ক্রিকেট অনুৰাগীৰ মাজত দীর্ঘদিনে উৎকণ্ঠা বিয়পাই থকা খবৰটো অৱশেষত ৰাজহুৱা হ’ল৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছন চামিল হ’ল ৫বাৰৰ…

নলবাৰীত জিলা প্রশাসনৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : নলবাৰী জিলা প্রশাসনৰ সৌজন্যত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, নলবাৰীৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্রেছ দিৱস উদযাপন কৰা হয় নলবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত। অনুষ্ঠানত আদৰণী ভাষণ দিয়ে নলবাৰীৰ জিলা…

ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয় : দক্ষিণ আফ্ৰিকাৰ হাৰ্মাৰৰ ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ

ডিজিটেল ডেস্ক, ১৬ নৱেম্বৰ : ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ'ল ভাৰত। ঘৰুৱা মাটিত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে মাত্ৰ ৯৩…

বৰপেটাত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন

নিয়মীয়া বাৰ্তা, দৌলাশাল, ১৬ নৱেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। এইবাৰ ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলাবলগীয়া হয় গুলী। বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইন (৩২)ক লক্ষ্য কৰি আৰক্ষীয়ে চলায় গুলী।…

ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি দখল…

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি বেদখল সন্দেহযুক্ত লোকৰ। চৰৰ খালী হৈ থকা ভূমিত পুনৰ চকু পৰিছে বেদখলকাৰীৰ। বিগত কিছুদিনৰ পৰা প্ৰকল্পৰ সমীপত ঘৰ পৰ্যন্ত সাজিবলৈ লৈছে একাংশ সন্দেহযুক্ত লোকে।…

বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে নজিৰ জাদেজাৰ…

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ইডেন টেষ্টত এক অনন্য নজিৰ গঢ়িলে ভাৰতীয় দলটোৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই৷ টেষ্ট ক্রিকেটত ৪ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰাৰ বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰে জাদেজাই৷ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে…

কোকৰাঝাৰত ৩০ বিঘা ভূমিত হ’ব জুবিন পার্ক, প্রাণৰ শিল্পীৰ ওপজা দিন উদযাপনৰ ব্যাপক প্রস্তুতি বিটিচি…

ডিজিটেল ডেস্ক, ১৬ নৱেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ৫৩সংখ্যক জন্মবার্ষিকী অহা ১৮ নৱেম্বৰত দিনজোৰা কার্যসূচীৰে উদযাপন কৰিবলৈ বিটিচি প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে৷ কোকৰাঝাৰস্থিত গৌৰাং নৈৰ পাৰৰ এইআইচিঝাৰৰ আইটি পার্কৰ সমীপত জুবিন গার্গৰ…

বিহাৰ বিপর্যয়ত কংগ্রেছত মুকলি বিদ্রোহ, ধাৰাবাহিক ব্যর্থতাই কঁপাইছে এআইচিচিৰ অভ্যন্তৰ

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : নির্বাচনী যুঁজত ব্যর্থতাৰ ধাৰাবাহিকতাই জোকাৰি গৈছে সর্বভাৰতীয় কংগ্রেছ কমিটী (এআইচিচি)ৰ অভ্যন্তৰ৷ বিশেষকৈ বিহাৰৰ দৰে গুৰুত্বপূর্ণ ৰাজ্য এখনত শোচনীয়ভাৱে বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছতে কংগ্রেছত মুকলি বিদ্রোহৰ উকমুকনি…

ধিং কাণ্ডৰ বিৰুদ্ধে ৰাজপথত নামিব বীৰ লাচিত সেনা…

🔹 সংগঠনবিৰোধী কার্যত জড়িত ৫৪ নেতা–সদস্যক বহিষ্কাৰ বিশেষ বার্তা, লখিমপুৰ, ১৬ নৱেম্বৰ : বীৰ লাচিত সেনাই সংগঠনটোত এক বৃহৎ সংস্কাৰ সাধন কৰিছে৷ সংগঠনটোৰ পৰা ৫৪জনক বহিষ্কাৰ কৰা হৈছে৷ কালি লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত চিন্তন বৈঠকত বীৰ লাচিত…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৬ নৱেম্বৰ, কাতি মাহৰ ২৯ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণ দ্বাদশী, নক্ষত্র : হস্তা, যাত্রা : শুভ মেষ : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ…