বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰৰ হতুৱাই নিজৰ বাইক পৰিষ্কাৰ কৰায় শিক্ষকে…
ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : বিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোৱা শিশু ছাত্ৰৰ হতুৱাই নিজৰ মটৰ চাইকেল পৰিষ্কাৰ কৰায় এজন শিক্ষকে। এদিন দুদিন নহয়, প্ৰায়েই নিজৰ লেতেৰা মটৰ চাইকেলখন পৰিষ্কাৰ কৰোৱায় শিশু ছাত্ৰৰ হতুৱাই। এই ঘটনা ঘটিছে বৰপেটা জিলাৰ চেঙা…