নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহাৰৰ নির্বাচনত বিপর্যয়ৰ পিছতে পৰিয়ালকেন্দ্রিক সংঘাতত জর্জৰিত যাদৱ পৰিয়াল

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : বিহাৰ বিধানসভাৰ সদ্যঘোষিত নির্বাচনী ফলাফলে বিৰোধী শিবিৰক তচনচ কৰাৰ পিছত বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱৰ ঘৰত আৰম্ভ হৈছে পাৰিবাৰিক সংঘাত৷ নির্বাচনী ফলাফলক কেন্দ্র কৰি লালুপ্রসাদ যাদৱৰ কন্যা ৰোহিণী…

ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা, বিলাসী বাহনে মহটিয়াই নিলে স্কুটী আৰোহী পিতৃ-কন্যাক

ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । দ্ৰুতগতিত গৈ থকা গুৱাহাটী অভিমুখী বিলাসী বাহন এখনে স্কুটী আৰোহীক জোৰেৰে খুন্দিয়াই পলাই যায়।‌ দুৰ্ঘটনাটোত…

ছৌদি আৰবত শোকাৱহ দুৰ্ঘটনাত ৪২ ভাৰতীয় উমৰাহ যাত্রীৰ শোকাৱহ মৃত্যু

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : ছৌদি আৰবত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪২ ভাৰতীয়ই। দেওবাৰে গভীৰ নিশা উমৰাহ যাত্ৰীৰে ভৰি থকা এখন বাছ মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয়। উমৰাহ যাত্ৰী থকা বাছখনৰ এখন ডিজেল টেংকাৰৰে সংঘৰ্ষ হোৱাত…

দিল্লীৰ লালকিল্লা বিস্ফোৰণৰে সম্পর্ক, আল–ফলাহ বিশ্ববিঃৰ ১৫ চিকিৎসকৰ আত্মগোপন

🔹 দিল্লী কাণ্ডৰ অন্যতম ষড়যন্ত্রকাৰী আমীৰ ৰছিদক গ্রেপ্তাৰ নিউজ ডেস্ক, ১৭ নৱেম্বৰ : দিল্লীৰ বিস্ফোৰণ গোচৰৰ তদন্তত বৃহৎ অগ্রগতি লাভ কৰিছে ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা ‘নিয়া’ই৷ ‘নিয়া’ই চলোৱা ব্যাপক তালাচীত আত্মঘাতী বোমাৰু ওমৰ নবীৰ সহযোগী তথা…

অসম আৰক্ষীত শীঘ্রে নতুনকৈ ৪ হাজাৰক দিব নিযুক্তি, ২ লক্ষাধিকক চাকৰিৰ দিশে ৰাজ্য চৰকাৰ

ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সুদক্ষ নেতৃত্ব আৰু বিচক্ষণতাৰ ফলশ্রুতিত অসম চৰকাৰে নিয়োগ সৃষ্টি আৰু নিযুক্তি প্রদানৰ ক্ষেত্রত ১ লাখৰ সীমা অতিক্রম কৰি ২ লাখৰ লক্ষ্য স্পর্শৰ দিশে আগবাঢ়িছে৷ বর্তমানৰ ৰাজ্য…

ৰাষ্ট্রীয় প্রেক্ষাপটত অসমীয়া চিনেমা

‘ৰৈ ৰৈ বিনালে’ নামৰ অসমীয়া ছবিখন ভাৰতৰ কেইবাখনো ঠাইৰ চিত্রগৃহত মুক্তি লাভ কৰিছে আৰু দর্শকৰ সমাদৰো লাভ কৰিছে৷ এই দর্শক অকল অসমীয়া দর্শকেই নহয়, অন্য ভাষাৰ দর্শকেও ছবিখন উপভোগ কৰিছে৷ জুবিন গার্গৰ জনপ্রিয়তা আৰু তেওঁৰ অকাল আৰু শোকাৱহ বিদায়েও এই…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৭ নৱেম্বৰ, কাতি মাহৰ ৩০ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : হস্তা, যাত্রা : শুভ মেষ : যান–বাহনৰ ব্যৱসায় কৰাসকলৰ অর্থ লাভৰ যোগ৷ পাৰিবাৰিক শুভ৷ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব৷ বিদ্যাত থকা জটিলতা দূৰ হ’ব৷…

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত প্ৰাক্তন সাংবাদিকক সম্বৰ্ধনা হোজাই প্ৰেছ ক্লাবৰ

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বিগত ১৯৯৪ চনত গঠন হোৱা দক্ষিণ নগাঁৱৰ একমাত্ৰ সাংবাদিকৰ উমৈহতীয়া সংগঠন হোজাই প্ৰেছ ক্লাবৰ উদ্যোগত সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সাংবাদিক…

জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, বালিপৰা, ১৬ নৱেম্বৰ : শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটত ৬, ৭, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশন। পাঁচ সহস্ৰাধিক সেৱকৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ…

মাৰ্ঘেৰিটা সমজিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১৬ নৱেম্বৰ : মাৰ্ঘেৰিটা সম-জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন কৰা হয়। এই কাৰ্যসূচী সমজিলা আয়ুক্ত, মাৰ্ঘেৰিটা আৰু সমজিলা তথ্য আৰু জনসংযোগ বিভাগ মাৰ্ঘেৰিটাৰ যৌথ উদ্যোগত আয়োজন কৰা…