নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহাৰত ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰ চলোৱা ৭ সমষ্টিৰ ৬টাতে বিজেপিৰ জয়

ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : বিহাৰ নির্বাচনত প্রচাৰ চলাই বিজেপিৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রচাৰ চলোৱা ৭টা সমষ্টিৰ ৬টাতেই বিজেপিয়ে চমকপ্রদ জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে বিহাৰ নির্বাচনৰ ৭টা…

বিহাৰ এনডিএৰ

১০ নৱেম্বৰত ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত পাকিস্তান সমর্থনপুষ্ট মুছলিম সন্ত্রাসবাদীয়ে সংঘটিত কৰা ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাটোৱে যোৱা পাঁচটা দিন দেশ উত্তাল কৰি আছে যদিও যোৱা মাহদিয়েক ধৰি দেশবাসীৰ দৃষ্টি নিবদ্ধআছিল প্রকৃততে বিহাৰতে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৫ নৱেম্বৰ, কাতি মাহৰ ২৮ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণ একাদশী, নক্ষত্র : উত্তৰফাল্গুনী, যাত্রা : নাই মেষ : আনন্দ প্রাপ্তিৰ যোগ৷ কোনো কর্মত আনন্দ পাব৷ পৰিৱেশো প্রতিকূল নহ’ব৷ ব্যৱসায় বা স্বাধীন কর্মজীৱনৰ প্রতি আস্থা…

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দম্পতী, সংকটজনক অৱস্থাত চাৰি বছৰীয়া পুত্ৰ

বিশেষ বাৰ্তা, নলবাৰী, ১৪ নৱেম্বৰ : ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে আজি নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এক দম্পতী থিতাতে নিহত হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হয়। নিহত ব্যক্তি দুগৰাকী…

টেক্সাছত অমৃতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

জুবিন গাৰ্গ এক মাথোঁ নাম নহয়, জুবিন হৈছে অসমীয়া জাতীয় জীৱনৰ এক এৰাব নোৱাৰা অনুভৱ। সমগ্ৰ অসম প্ৰিয় শিল্পীগৰাকীৰ বিয়োগত ম্ৰিয়মান হৈ থকাৰ মাজতো তেওঁৰ সৃ্ষ্টিৰাজিক চিৰকাল জীয়াই ৰখাৰ স্বাৰ্থত ভাৰতৰ বাহিৰতো প্ৰৱাসী অসমীয়াসকলে বিভিন্ন…

চোকা অস্ত্ৰ লৈ আদালত চৌহদত প্ৰৱেশ কৰিলে বিচাৰাধীন নাৰী নিৰ্যাতনকাৰীয়ে…

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : শ্ৰীভূমি (কৰিমগঞ্জ)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।‌ চোকা অস্ত্ৰ লৈ আদালত চৌহদত প্ৰৱেশ কৰে এজন অপৰাধীয়ে। ফকৰুল ইছলাম নামৰ অপৰাধীটোৱে বেগত চোকা অস্ত্ৰ ভৰাই আদালতত প্ৰৱেশ কৰাৰ চেষ্টা…

ৰাহুল গান্ধী BJP-ৰ আটাইতকৈ ডাঙৰ Star Campaigner

চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ভোটগণনাত বৰ্তমান বহু আসনত এনডিএ আগবাঢ়ি আছে। এই ফলাফলৰ ভোটগণনা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা এক বৃহৎ মন্তব্যই দৃষ্টি আকর্ষণ কৰিছে ৰাজনৈতিক মহলত। মুখ্যমন্ত্ৰী ড০ শৰ্মাই…

বিহাৰত BJP-ৰ ছুনামি, আশাপ্ৰদ অগ্ৰগতি JDU-ৰ, হতাশ মহাগোটবন্ধন 

বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে উল্লেখযোগ্য অগ্ৰগতি দেখুৱাই ৯০খন আসনত আগবাঢ়ি গৈছে। লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউয়ে খুবেই ভাল ফলাফলসহ বহু আসনত অগ্ৰগতি লাভ কৰি আছে। ইপিনে মহাগোটবন্ধনে ভোটগণনাৰ আৰম্ভণিৰ পৰাই হতাশজনক…

বৰভাগ কালাগ উঃ মাঃৰ শতবর্ষ সমাৰোহ উপলক্ষে সভা আহ্বান

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : ঐতিহ্যমণ্ডিত বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ২০২৩ চনত শতবর্ষ অতিক্রম কৰে৷ বিদ্যালয়ৰ শতবর্ষ পূর্তিৰ অনুষ্ঠানটো ব্যাপক উলহ–মালহেৰে উদযাপন কৰাৰ পৰিকল্পনা কৰি ইতিমধ্যে অনুষ্ঠিত কেইবাখনো সভাত উক্ত বিষয় সন্দর্ভত…

সন্ধিয়া বিজেপি কৰ্মী-সমৰ্থকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

NDA-ৰ অগ্ৰগতিৰ পিছত নিশ্চিত বিজয়ৰ দিশে আগবঢ়াৰ পিছত বিজেপি কৰ্মীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিহাৰ নিৰ্বাচনত NDA-এ বাম্পাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া প্ৰায়…