নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

NDA-ৰ বিশাল অগ্ৰগতি : RSS-ৰ মুখ্যালয়ত আনন্দ-উল্লাস

বিহাৰত এনডিএ আৰু বিজেপিৰ প্ৰচণ্ড অগ্ৰগতিৰ আনন্দত নাগপুৰত বিজেপি কৰ্মীসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ মুখ্যালয়ৰ ওচৰতে ববৰ্কাছ চকত বিজেপি সমৰ্থকে ফটকা ফুটাই, ঢোল বজাই জয়োৎসৱ পালন কৰা আৰম্ভ কৰিছে।…

নগৰবেৰাত ৰাসৰ মাজতে চোৰে নিলে পালছাৰ বাইক

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ নৱেম্বৰ : নগৰবেৰাত দিনকদিনে বাঢ়িছে চোৰৰ সন্ত্ৰাস |যোৱানিশা নগৰবেৰা আৰক্ষী থানাৰ সন্মুখৰ পৰাই নিশা চোৰে নিলে পালছাৰ বাইক | স্মৰ্তব্য যে আজি কিছুদিনৰ পৰা নগৰবেৰাত ৰাস মহোৎসৱ চলি থকাৰ মাজতে সংঘটিত হৈছে একাধিক…

ৰাষ্ট্ৰীয় যোগাসনত মৃগেশ ঠাকুৰীয়া আৰু ধ্ৰুপদ ভৰদ্বাজৰ সোণৰ পদক…

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ নৱেম্বৰ : ভূপালত ১১ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত মহৰ্ষি বিদ্যা মন্দিৰ পৰিয়ালে আয়োজন কৰা ৰাষ্ট্ৰীয় স্কুল যোগাসন প্ৰতিযোগিতাত নগৰবেৰা পিজুপাৰাৰ মৃগেশ ঠাকুৰীয়া আৰু গুৱাহাটীৰ বাসিন্দা ধ্ৰুপদ ভৰদ্বাজে…

মিজোৰামত BJPৰ পৰাজয়, MNF-ৰ বৃহৎ বিজয়

মিজোৰামৰ ডাম্পা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত মিজো নেচনেল ফ্ৰণ্ট (MNF)-ৰ প্ৰাৰ্থী ড° আৰ. লালথাংলিনাই বিজয় অৰ্জন কৰিছে। তেওঁৰ মুট ভোট হৈছে ৬৯৮১। আনহাতে কংগ্ৰেছে তৃতীয় স্থান লাভ কৰে ২৩৯৪ ভোটেৰে। ভাৰতীয় জনতা পাৰ্টি (BJP)-এ মাত্ৰ ১৫৪১ ভোট লাভ কৰি…

ভাৰত-আফগানিস্তানৰ সৈতে একে সময়তে যুঁজিবলৈ সাজু পাকিস্তান

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : দিল্লী বিস্ফোৰণৰ পিছত সমগ্ৰ ঘটনাক্ৰমৰ পৰিপ্রেক্ষিতত পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রী খোৱাজা আছিফে এতিয়া ভাৰতৰ সৈতে যুঁজিবলৈ সাজু বুলি দম্ভালি মাৰিছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক দেশখনে নিজৰ দোষ ঢাকিবলৈ বিভিন্ন কূট–কৌশল ৰচনা…

বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন? মন্ত্ৰীয়ে দিলে স্পষ্ট উত্তৰ

বিহাৰত বিজেপি এতিয়া সৰ্ববৃহৎ দল ৰূপে ওলাই অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ মাজতে ৰাজনৈতিক মহলত এই প্ৰশ্ন উঠিছে যে বিহাৰ পৰৱৰ্তী মুখ্যমন্ত্রী কোন হ'ব? এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহেশ্বৰ হাজাৰীয়ে কৈছে— এইবাৰো নীতিশ কুমাৰেই হব বিহাৰৰ…

মহুৱাত ৬ ৰাউণ্ডৰ ভোটগণনাত বেকফুটত তেজপ্ৰতাপ

মহুৱা আসনত তেজপ্ৰতাপ যাদৱ ১৪ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পিছপৰি আছে। মুঠ ২৬টা ৰাউণ্ডৰ ভিতৰতে ৬ ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে আৰু জনশক্তি জনতা দলৰ প্ৰমুখ তেজপ্ৰতাপ যাদৱৰ বাবে পৰিস্থিতিয়ে উৎকণ্ঠা সৃষ্টি কৰিছে। তেওঁ এতিয়ালৈকে কেৱল ৪৩৯৯ ভোট লাভ…

Picture অভী বাকী হ্যেয়- RJDৰ ভাষ্য

বিহাৰ বিধানসভা নিৰ্বাচনত এতিয়ালৈকে অহা তথ্য অনুসৰি NDA স্পষ্টভাৱে বহুমতত আগবাঢ়ি আছে। আনফালে, তেজস্বী যাদৱৰ RJD উল্লেখযোগ্যভাৱে পিছপৰা অৱস্থাত আছে। এই পৰিস্থিতিৰ মাজতেই RJD নেতা সাৰিকা পাছৱানে এটা গুৰুত্বপূর্ণ মন্তব্য কৰিছে। তেওঁ কয়—…

দিল্লী বিস্ফোৰণৰ সন্ত্ৰাসবাদীৰ ঘৰ আই ই ডিৰে উৰুৱালে নিৰাপত্তা বাহিনীয়ে…

🔹 কাশ্মীৰত ‘জেহাদী ডাক্তৰ’ৰ সন্ধানত তীব্ৰ অভিযান ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ : দিল্লী বিস্ফোৰণৰ আত্মঘাতী সন্ত্ৰাসবাদী উমৰ নবীৰ ঘৰ ধ্বংস কৰিলে নিৰাপত্তা বাহিনীয়ে। জানিব পৰা মতে, শুকুৰবাৰে পুৱতি নিশা উমৰ নবীৰ পুলৱামাৰ ঘৰত আইইডি বিস্ফোৰণ ঘটায়…

বক্সাৰৰ BOSS হোৱাৰ দিশে বিজেপিৰ আনন্দ মিশ্ৰ

বিহাৰৰ বক্সাৰ সমষ্টিত চলি থকা ভোটগণনাত বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ এই মুহূর্তত আগবাঢ়ি আছে। প্ৰাক্তন আইপিএছ বিষয়াগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তুলনাত কেইবাশ ভোটৰ উল্লেখযোগ্য অগ্ৰগতি অৰ্জন কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে…