নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (১১ নৱেম্বৰ)

মেষ ৰাশি ভূমি, ঘৰ আৰু বাহন ক্ৰয়ৰ উত্তম যোগ আছে। ঘৰতে কিবা শুভ কাৰ্য বা সংস্কাৰ হোৱাৰ সম্ভাৱনা। মাকৰ স্বাস্থ্যত উন্নতি, আপোনাৰো স্বাস্থ্যত উন্নতি দেখা যায়। স্বাস্থ্য, প্ৰেম আৰু ব্যৱসায়— তিনিওৱে অতি উৎকৃষ্ট। গৃহস্থ সুখ বৃদ্ধি পাব আৰু…

দেশৰ ৰাজধানীত বোমা বিস্ফোৰণ : দিল্লীসহ চুবুৰীয়া ৰাজ্যত হাইএলাৰ্ট

দিল্লীৰ লালকিল্লাৰ ওচৰত সোমবাৰে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত এতিয়ালৈকে ৯জনৰ মৃত্যু আৰু বহু লোক আহত হোৱাৰ তথ্য পোৱা গৈছে। আহতসকলক লোক নায়ক জয়প্ৰকাশ (LNGP) হাসপাতালত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণৰ তীব্ৰতাত পৰিসৰৰ বহু গাড়ী জ্বলি যায়…

দিল্লীৰ বোমা বিস্ফোৰণ : ব্যৱহৃত বাহনৰ মালিক চলমান

দিল্লীত সোমবাৰ সন্ধিয়া সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ তদন্তত নতুন তথ্য পোহৰলৈ আহিছে। বিস্ফোৰণত ব্যৱহৃত আই–২০ বাহনখনৰ মালিক আছিল হাৰিয়ানাৰ চলমান নামৰ এজন ব্যক্তি, যাক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

অমৃতকন্ঠ জুবিন গাৰ্গৰ গীতৰ লহৰত উজলিল শুৱালকুছিৰ ৰাসস্থলী

বিশেষ বাৰ্তা, শুৱালকুছি, ১০ নৱেম্বৰ : জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই কালি নিশা শুৱালকুছিৰ ৰাসস্হলীত অমৃতকন্ঠ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ কালি নিশা প্ৰায় দহ বজাত শিল্পীগৰাকী মঞ্চত উঠাৰ লগে লগে জয় জুবিন দা ধ্বনিৰে…

জনজাতিকৰণ : সৰুপথাৰত বিশাল প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ

ভাৰতবৰ্ষৰ ইতিহাসৰ চাওতালসকল অতি প্ৰাচীন অষ্ট্ৰো-এছিয়াটিক গোষ্ঠীৰ। অতিজৰে পৰা এই জনগোষ্ঠীটোৱে কৃষি ভিত্তিক জীৱন নিৰ্বাহ কৰি, প্ৰকৃতিৰ লগত সহৱস্থান কৰিও, একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ মূল সুঁতিৰ পৰা বহু পিছ পৰি ৰ'ল

কাছাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সাংগঠনিক সভা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-দৰ্শন আৰু আদৰ্শ প্ৰচাৰ, প্ৰসাৰৰ লক্ষ্যৰে গঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ ,অসমৰ এখন সাংগঠনিক সভা কাছাৰৰ খৈয়াজানী নামঘৰত অনুষ্ঠিত হয়। এই সভাত শ্ৰীভtমি, হাইলাকান্দি আৰু কাছাৰ জিলাৰ সহস্ৰাধিক ভকত,…

ৰং চেনেল-ত আজিৰে পৰা ৰ’দ হৈ আহানাৰ সম্প্ৰচাৰ

প্ৰয়াত অভিনেতা জয়ন্ত দাসৰ এটি সুন্দৰ কাহিনীৰ আলমত ৰং চেনেল-ৰ নতুন ধাৰাবাহিক ৰ'দ হৈ আহানা। দৰ্শকৰ বাবে সদায় নতুনত্বৰ স্বাদ দি অহা ৰং চেনেলে এই বাৰ এখন সৰ্বাংগসুন্দৰ ধাৰাবাহিক প্ৰস্তুত কৰি পৰিবেশনৰ বাবে সাজু হৈছে। সেই ধাৰাবাহিক খনৰ নাম ৰ'দ…

বিপ্লৱী হত্যাকাণ্ড : জগত সিঙৰ দুই পুত্ৰক গ্ৰেপ্তাৰ, ফাৰ্মাচিষ্ট-টেম্পোচালকক আটক

এটা গুৰুত্বপূর্ণ ঘটনাত আৰক্ষীয়ে জগত সিঙৰ দুই পুত্ৰ কৃষণ সিঙ আৰু জীৱন সিঙক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটিৰ সৈতে সম্পৰ্কিত মেলামাটিৰ ৰেকিবুদ্দিন আহমেদ নামৰ এজন ফাৰ্মাচিষ্টকো আৰক্ষীয়ে আটক কৰে। ইয়াৰ উপৰি তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে এজন টেম্পোচালককো…

শিলচৰৰ বাইপাছত ৬ কোটি টকাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, শিলচৰ, ১০ নৱেম্বৰ : কাছাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে সঘনে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। এইবাৰ শিলচৰৰ চেংকুৰি বাইপাছত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী…

নাহৰকটীয়াত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ আঁচনিৰ শুভাৰম্ভ

বিশেষ বার্তা, নাহৰকটীয়া, ১০ নৱেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অন্য এক জনকল্যাণমূলক পদক্ষেপস্বৰূপে খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে “খাদ্য সুৰক্ষা দিন”ৰ অধীনত নতুন…