নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৩৬০ কিঃগ্ৰা এমোনিয়াম নাইট্ৰেট উদ্ধাৰ… উত্তৰ ভাৰতক লক্ষ্য কৰি ৰচা পৰিকল্পনা ধ্বংস

হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ ধৌজ গাঁৱত ভাৰাঘৰৰ পৰা বিপুল পৰিমাণে বিস্ফোৰক আৰু অস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে সুৰক্ষা সংস্থাসমূহৰ মাজত চাঞ্চল্য সৃষ্টি হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী, ইন্টেলিজেন্স বুৰ’ (IB) আৰু হৰিয়ানা আৰক্ষীৰ যৌথ অভিযানৰ ফলত উত্তৰ ভাৰতত…

তিতাবৰৰ সন্ধানহীন যুৱতীৰ মৃতদেহ উদ্ধাৰ শৌচাগাৰৰ টেংকিত, উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, তিতাবৰ, ১০ নৱেম্বৰ : তিতাবৰৰ সন্ধানহীন যুৱতী বিপ্লৱী দাসৰ মৃতদেহ শৌচাগাৰৰ টেংকিত উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চাৰি দিনে সন্ধানহীন হৈ থকা বিপ্লৱী দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ জগত সিং নামৰ এজন লোকৰ দোকানৰ…

বংগত ঘৰ এৰি পলায়ন শ শ সন্দেহজনক লোকৰ, চলিছে SIR-ৰ কাম

স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা প্রস্তুত কৰাৰ লক্ষ্যৰে নির্বাচন আয়োগে বিহাৰৰ পিছত পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত বিশেষ ব্যাপক পুনৰীক্ষণ (SIR) ব্যৱস্থা বলৱৎ কৰিছে৷ বিশেষকৈ পশ্চিমবংগত এই ব্যৱস্থা কার্যকৰী হোৱাৰ পিছতে ১০ৰ পৰা ২০ বছৰ পর্যন্ত বাস…

কাইলৈ বিহাৰ-ৰ দ্বিতীয় পর্যায়ৰ নির্বাচন, ভোটাৰ ৩.৭০ কোটি,  প্ৰাৰ্থী ১,৩০২গৰাকী

কাইলৈ বিহাৰ বিধানসভাৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ২০খন জিলাৰ ১২২খন আসনত অনুষ্ঠিত হ’ব নির্বাচন৷ এই পর্যায়ৰ ভোটগ্রহণ হ’বলগীয়া আটাইতকৈ স্পর্শকাতৰ ভোটকেন্দ্র হিচাপে পৰিগণিত হৈছে মগধ, মিথিল, চম্পাৰণ আৰু ভাগলপুৰৰ সীমাঞ্চল৷ দ্বিতীয়…

নগৰবেৰাৰ পথালিপাৰাত ব্যৱসায়ীৰ ঘৰত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১০ নৱেম্বৰ : নগৰবেৰাৰ বিশিষ্ট ব্যৱসায়ী, মাতৃ হোটেলৰ মালিক কুমুদ মেধিৰ ঘৰত চোৰে চলালে লুটপাত | লুটি নিলে সোণ-ৰূপৰ গহনা, বয়বস্তু, নগদ ধন | নগৰবেৰা পথালিপাৰাস্থিত ব্যৱসায়ীজনৰ বাসগৃহত নিশা দুৱাৰৰ তলা ভাঙি সোণ-ৰূপৰ…

ISL-ক লৈ অনিশ্চয়তা : ছুপ্ৰিম ক’ৰ্ট-ৰ দ্বাৰস্থ সর্বভাৰতীয় ফুটবল সন্থা

ভাৰতীয় ফুটবলৰ অচলাৱস্থা যেন ক্রমান্বয়ে বৃদ্ধি পাব ধৰিছে৷ পুনৰ ছুপ্ৰিম ক'ৰ্ট-ৰ দ্বাৰস্থ হৈছে সর্বভাৰতীয় ফুটবল সংস্থা৷ ইণ্ডিয়ান ছুপাৰ লীগ আয়োজনৰ বাবে দাবী পত্র বিচাৰিছিল ভাৰতীয় ফুটবল সংস্থাই৷ কিন্তু নির্দিষ্ট সময় পাৰ হৈ গ’লেও কোনেও নিবিদা…

হাজো-ত নিশা চোৰাং গৰু-ম’হ সৰবৰাহকাৰী ট্ৰাক জব্দ, দুজন আটক

হাজো আৰক্ষীয়ে নিশা অভিযান চলাই বাঘবৰৰ পৰা মেঘালয়লৈ চোৰাংভাৱে লৈ যোৱা গৰু-মহ ভৰ্তি এখন ট্ৰাক জব্দ কৰিছে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-28 AC 0469 বুলি জানিব পৰা গৈছে। ট্ৰাকখনত প্ৰায় ১৮টা গৰু-মহ পোৱা যায়। লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক হাজো…

জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাত টাই আহোম জনগোষ্ঠীৰ বিশাল জোঁ‌ৰ সমদল

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১০ নৱেম্বৰ : জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ ৬টাকৈ সংগঠনৰ উদ্যোগত কালি মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয়…

কামৰূপৰ ৰাক্ষসিনী চৰত সন্দেহযুক্ত লোকৰ অবাধ বেদখল

বিশেষ বাৰ্তা, শুৱালকুছি, ১০ নৱেম্বৰ : কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ শ শ বিঘা চৰকাৰী ভূমি এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতত। স্হানীয় এচাম মাটি দালালে উক্ত শ শ বিঘা মাটি বেদখল কৰি সেই চৰকাৰী ভূমি লীজত দিছে একাংশ সন্দেহযুক্ত…

ৰঙাঘৰৰ আলহী হ’ল চৌকীঘাট পঞ্চায়তৰ জ্যেষ্ঠ কংগ্ৰেছী সংখ্যালঘু  নেতা

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ : এইবাৰ ৰঙাঘৰৰ আলহী হ'ল নদুৱাৰ সমষ্টিৰ চৌকীঘাট পঞ্চায়তৰ এগৰাকী জ্যেষ্ঠ সংখ্যালঘু কংগ্ৰেছী নেতা তথা দীঘলী চাপৰি নিৱাসী আলী আজগড় খান ৷ চৌকীঘাট পঞ্চায়তস্থিত এটি টাইলছ কোম্পানীৰ পৰা ইটা চুৰি কৰি ঘৰত মজুত কৰি থোৱা…