নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কেৰালাৰ প্রাক্তন মুখ্যমন্ত্রী, প্রবীণ বাঁওপন্থী নেতা ভি এছ অচ্যুতানন্দনৰ বিয়োগ

নিউজ ডেস্ক, ২২ জুলাই : কেৰালাৰ প্রাক্তন মুখ্যমন্ত্রী তথা প্রবীণ বাঁওপন্থী ৰাষ্ট্রনেতা ভি এছ অচ্যুতানন্দনৰ কালি ১০১ বছৰ বয়সত পৰলোকপ্রাপ্তি হয়৷ চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দনে প্রবীণ বাঁওপন্থী নেতা অচ্যুতানন্দনৰ দেহাৱসান ঘটা বুলি…

ট্রাম্পে বলপূর্বক মোৰ দেহৰ বিভিন্ন অংগ স্পর্শ কৰিছিল

🔹 এপষ্টেইনৰ প্রাক্তন প্রেমিকাৰ বিস্ফোৰক অভিযোগ নিউজ ডেস্ক, ২২ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ আনিছে জেফ্রী এপষ্টেইনৰ প্রাক্তন প্রেমিকাই৷ এপষ্টেইনৰ প্রাক্তন প্রেমিকা ষ্টেচী উইলিয়ামছে…

অসমৰ প্রতিবিন্দু মাটি বেদখলৰ পৰা মুক্ত কৰিম

🔹 হিমালয়কো ভেদ কৰি আমি আগুৱাই যাম– মুখ্যমন্ত্রীৰ উদাত্ত ঘোষণা বিশেষ বাৰ্তা, ২২ জুলাই : অবৈধ দখলৰ পৰা ৰাজ্যৰ বনাঞ্চল আৰু চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিক লৈ সৃষ্টি হোৱা তীব্র বিতর্কৰ মাজতে মুখ্যমন্ত্রী ড০…

আজি এবছৰ : ক’ত হেৰাল অসমীয়াৰ মৰমৰ শিল্পী ৰমেন বৰুৱা

🔹 শিল্পীগৰাকী উভতি অহাৰ আশাৰে আজি লতাশিলত ‘যুগমীয়া’ বিশেষ বাৰ্তা, ২২ জুলাই : বুকুত বহু ক্ষোভ-হতাশা বান্ধি নীৰৱে এদিন তেওঁ অন্তর্ধান হৈ পৰিছিল৷ অসমীয়া সংগীতৰ ক্ষেত্রখনক এক গতি প্রদান কৰা বিশিষ্ট শিল্পী ৰমেন বৰুৱা অন্তর্ধান হোৱা আজি এবছৰ…

মিঞাৰ ধৃষ্টতা

অসমত থাকিয়ে অসমীয়া তথা খিলঞ্জীয়া লোকসকলক পথৰ ভিক্ষাৰীত পৰিণত কৰাৰ জেহাদ ঘোষণাৰে ধৃষ্টতা দেখুৱাইছে মিঞাই৷ ৰাজ্যখনৰ বনাঞ্চল আৰু সংৰক্ষিত চৰকাৰী ভূমিত পর্যায়ক্রমে বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ সময়তে খিলঞ্জীয়া লোকসকলৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২২ জুলাই, শাওণ মাহৰ ৫ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই মেষ : কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ প্রেম–প্রণয়ৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ…

ভাৰতীয় সেনাই লাভ কৰিব তিনিখন আপাছি হেলিকপ্টাৰ

🔹 পশ্চিম সীমান্তত বৃদ্ধি কৰিব দেশৰ সামৰিক শক্তি 🔹 ২০২০ চনত আমেৰিকাৰ সৈতে ৬০ কোটি মার্কিন ডলাৰৰ চুক্তি স্বাক্ষৰ নিউজ ডেস্ক, ২১ জুলাই : কাৰিকৰী সমস্যাৰ বাবে বিলম্ব হৈ থকা অত্যাধুনিক আপাছি হেলিকপ্টাৰ ভাৰতীয় সেনাত অন্তর্ভুক্ত হোৱাটো প্রায়…

বাংলাদেশত ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত ১৯, আহত শতাধিক

🔹 ঢাকাত বিদ্যালয়ৰ ওপৰত ভাঙি পৰিল বায়ুসেনাৰ বিমান নিউজ ডেস্ক, ২১ জুলাই : সোমবাৰে বিয়লি বাংলাদেশৰ ঢাকাৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা শোকাৱহ ঘটনাত কমেও ১৯জনৰ মৃত্যু হোৱাৰ বিপৰীতে…

ব্রহ্মপুত্র নদীত ‘জলবোমা’ৰ আধাৰশিলা ৰঙা চীনৰ

🔹 অৰুণাচলৰ সমীপত বান্ধ নির্মাণৰ শুভাৰম্ভ চীনৰ প্রধানমন্ত্রীৰ নিউজ ডেস্ক, ২১ জুলাই : জলবোমা নির্মাণৰ ভাবুকি দি অহা চীনে দক্ষিণ–পূব তিব্বতত ভাৰতৰ অৰুণাচল প্রদেশৰ সীমান্তত বৃহৎ নদীবান্ধ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ শনিবাৰে চীনৰ…

ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটেৰী কলেজত নামভর্তিৰ সুযোগ লাভ কৃস্পিতা প্রধানৰ

🔹 ৰাজ্যৰ ভিতৰতে প্রথম ওদালগুৰিৰ মেধাৱী ছাত্রী বিশেষ বার্তা, ২১ জুলাই : ৰাজ্য তথা ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃস্পিতা প্রধানে৷ অসমৰ প্রথমগৰাকী ছাত্রী হিচাপে ডেৰাডুনস্থিত ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটেৰী মহাবিদ্যালয়ত নামভর্তিৰ সুযোগ পালে…