চতুর্থ টেষ্টৰ পূর্বে আঘাতৰ সমস্যাত ভাৰতীয় দল
নিউজ ডেস্ক, ১৯ জুলাই : ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া চতুর্থখন টেষ্টৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে টীম ইণ্ডিয়া৷ অহা ২৩ জুলাইৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ টেষ্টখনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে বাঁওহাতত আঘাত পায় পেচ…