অনিশ্চয়তাত জনসম্পর্কহীন বিজেপি বিধায়কৰ টিকট
🔹 ক্রমাগতভাৱে তৃতীয়বাৰলৈ দিছপুৰ দখলৰ লক্ষ্য গেৰুৱা শিবিৰৰ
বিশেষ বাৰ্তা, ২০ জুলাই : ৰাজ্যৰ বিৰোধী শিবিৰত মিত্রতাক লৈ অচলাৱস্থা বাহাল থকাৰ সময়তে ’২৬ৰ বিধানসভা নির্বাচনক লৈ সাজু হৈছে ৰাজ্যিক বিজেপি৷ আগন্তুক নির্বাচনত দলৰ ৰণকৌশল কি হ’ব, তাক লৈ…