নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মৈৰাবাৰীত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী

🔹 ভুৱা আধাৰ কাৰ্ড, বেংক পাছবুকেৰে কেইবালক্ষ টকা আত্মসাৎ মুকচিদুলৰ নিয়মীয়া বাৰ্তা, ১৮ জুলাই : মৈৰাবাৰী থানাৰ আৰক্ষী পৰিদৰ্শক পংকজ দাসে থানাখনৰ এলেকাধীন তাঁতীকটা গাঁৱৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে পলাতক মুকচিদুল ইছলামক।…

আন্তৰ্জাতিক সন্ত্ৰাসবাদীৰ তালিকাভুক্ত হ’ল টিআৰএফ

🔹 ‘বন্ধুত্ব’ৰ প্ৰমাণ ! আমেৰিকাৰ সিদ্ধান্তক আদৰণি নতুন দিল্লীৰ 🔹 কাশ্মীৰৰ পেহেলগামত হত্যাযজ্ঞ চলাইছিল পাকিস্তানস্থিত টিআৰএফে নিউজ ডেস্ক, ১৮ জুলাই : কাশ্মীৰৰ পেহেলগামত ভয়াৱহ আক্ৰমণ সংঘটিত কৰা পাকিস্তানৰ টি আৰ এফক অৱশেষত সন্ত্ৰাসবাদী সংগঠন…

এবছৰত প্ৰায় ১০ হাজাৰ কোটি টকা উপাৰ্জন বিচিচিআইৰ

🔹 ‘সোণৰ কণী পৰা হাঁহ’ আইপিএলৰ পৰা কিমান ? নিউজ ডেস্ক, ১৮ জুলাই : বিশ্ব ক্ৰিকেটৰ সবাতোকৈা ধনী ক্ৰিকেট ব’ৰ্ড ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আয় প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষও ইয়াৰ ব্যতিক্ৰম নাছিল। জনা যায় যে ২০২৩-২৪ বিত্তীয়…

বুমৰাহে খেলিলেই পৰাস্ত হয় ভাৰত

🔹 শুভমনহঁতক মনত পেলাই দিলে প্রাক্তন ইংৰাজ ক্রিকেটাৰে নিউজ ডেস্ক, ১৮ জুলাই : ইংলেণ্ড শৃংখলাৰ লীডছ আৰু লর্ডছত পৰাজিত হৈছে ভাৰত৷ দুয়োখন টেষ্টতে খেলিছে যশপ্রীত বুমৰাহে৷ কিন্তু দলৰ শ্রেষ্ঠ বলাৰগৰাকী অবিহনে এজবাষ্টনত বিজয়ী হৈছে ভাৰত৷ ইংলেণ্ডৰ…

বেংগালুৰুৰ পদপিষ্টৰ কাৰণ বিৰাট কোহলিৰ ভিডিঅ’

🔹 আৰচিবিৰ ওপৰত দোষ জাপিলে কর্ণাটক চৰকাৰে নিউজ ডেস্ক, ১৮ জুলাই : বেংগালুৰুৰ পদপিষ্ট কাণ্ডই অধিক চাপ বৃদ্ধি কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ওপৰত৷ আইপিএলৰ জয় উদযাপনত ইমানসংখ্যক মানুহৰ মৃত্যুৰ দায় সম্পূর্ণৰূপে ফ্রেনচাইজীৰ ওপৰত জাপিলে কর্ণাটক…

উৰিয়ামঘাটৰ ৩ হাজাৰ বিঘা ভূমিত প্রশাসনে চলাব বৃহৎ উচ্ছেদ

🔹 সীমান্তৰ কেইবাখনো গাঁৱত ড্ৰোন কেমেৰাৰে চলিছে জৰীপ বিশেষ বাৰ্তা, ১৮ জুলাই : গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তত ড্রোন কেমেৰাৰ সহায়ত চলিছে জৰীপ৷ সৰুপথাৰ সমষ্টিৰ অন্তর্গত অসম–নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলি…

কাশ্মীৰত গ্রেপ্তাৰ পাকিস্তানী আইএছআইৰে জড়িত ভাৰতীয় জোৱান 

🔹 ভাৰতীয় সেনাৰ গোপন তথ্য যোগান ধৰিছিল পাকিস্তানক নিউজ ডেস্ক, ১৮ জুলাই : পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত থকাৰ অভিযোগত কাশ্মীৰত ভাৰতীয় সেনা জোৱান এজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ দেশৰ গোপন তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থাটোৰ সৈতে…

ঘোষণা কৰিও পুৰস্কাৰ নিদিলে পাকিস্তান চৰকাৰে

🔹 পেৰিছ অলিম্পিকৰ স্বর্ণ বিজয়ী আর্ছাদ নাদিমৰ অভিযোগ নিউজ ডেস্ক, ১৮ জুলাই : পাকিস্তানৰ নাম অলিম্পিক মানচিত্রত উজলাই তুলিছিল আর্ছাদ নাদিমে৷ দেশখনৰ প্রথমগৰাকী ক্রীড়াবিদ হিচাপে ব্যক্তিগত স্বর্ণ জয় কৰিছিল তেওঁ৷ পেৰিছত পুৰুষৰ জেভেলিন ইভেণ্টত…

ভাৰতীয় বিমান বাহিনীত অগ্নিপথ প্রকল্পৰ অধীনত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ভাৰতীয় বিমান বাহিনীয়ে সমগ্র দেশত অগ্ণিপথ প্রকল্পৰ অধীনত অগ্ণিবীৰ বায়ুৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷