বেদখল–উচ্ছেদ ৰাজনীতি (১)
🔹 ধ্রুৱ মহন্ত
লেণ্ড জেহাদ !
বিগত এটা শতিকাজুৰি অসমত চলাই অহা হৈছে লেণ্ড জেহাদ বা ভূমি জেহাদ৷ একাংশ প্রব্রজনকাৰী তথা অনুপ্রৱেশকাৰীয়ে বিগত এটা শতিকাজুৰি অসমত চলাই আহিছে অবাধ বেদখল৷ ৰাজ্যৰ য’তে মুকলি হৈ থকা চৰকাৰী ভূমি, বনাঞ্চল, জনজাতীয়…