ভাৰতীয় জলসীমাৰ সমীপত চীনৰ গৱেষণা জাহাজ
🔹 বন্ধ অ’টোমেটিক আইডেণ্টিফিকেচন ছিষ্টেম : উদ্বিগ্ন নতুন দিল্লী
নিউজ ডেস্ক, ১২ জুলাই : প্রতিবেশী ৰাষ্ট্র চীনৰ আগ্রাসী নীতিয়ে ভাৰতক বিগত দশক দশক ধৰি উদ্বিগ্ণ কৰি ৰাখিছে৷ বিবদমান সীমাত আগ্রাসনেৰে প্রতিবেশী ৰাষ্ট্রখনৰ সৈতে উত্তেজনা শাম…