নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

১৩টা পথ নির্মাণত কোটি টকাৰ কেলেংকাৰি

🔹 অজিত ভূঞাৰ সাংসদ পুঁজিৰ দুর্নীতি ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই কিছুদিন পূর্বে বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা অভিযোগনামাৰ পাতে পাতে…

বিশ্বৰ সর্বাধিক মুছলিম জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰতবর্ষ

🔹 আন্তর্জাতিক সংস্থা ‘পিউ’ৰ চাঞ্চল্যকৰ প্রতিবেদন নিউজ ডেস্ক, ১৩ জুলাই : বিশ্বজুৰি ২০১০ চনৰ পৰা মুছলিম সম্প্রদায়ৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ভাৰততো ইয়াৰ ব্যতিক্রম নহয়৷ বিশ্বৰ সর্বাধিক মুছলিম জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত৷ এই…

বেদখল-উচ্ছেদ ৰাজনীতি (২)

🔹 ধ্রুৱ মহন্ত আগ্রাসনৰ বিৰুদ্ধে বিধানসভাত দিছিল ‘যুদ্ধ’ৰ হুংকাৰ ‘মৈমনচিঙীয়াবিলাকে আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছে যে আমি তৎ পোৱা নাই৷ এনেস্থলত আমি কি নীতি অৱলম্বন কৰিম? আমি পর্বতে–পাহাৰে গুচি গ’লেহে হ’ব৷ যদি গৱর্নমেণ্টে আমাক Safeguard…

মাত্র ৬০–৭০ দিনৰ কাম কৰাৰ প্রতিশ্রুতিত সাংসদ হৈছিলোঁ

🔹 অভিনেত্রী, বিজেপি সাংসদ কংগনা ৰাণাৱটৰ বিস্ফোৰণ নিউজ ডেস্ক, ১৩ জুলাই : সাংসদ হোৱাৰ এবছৰতেই ৰাজনীতিৰ প্রতি মোহভংগ হ’ল বলীউডৰ অভিনেত্রী বিজেপি সাংসদ কংগনা ৰাণাৱটৰ৷ হিমাচল প্রদেশৰ মান্দীৰ সাংসদ কংগনা ৰাণাৱটে এক সাক্ষাৎকাৰত ৰাজনীতিলৈ অহাৰ…

তৃতীয় টেষ্টৰ প্রথম ইনিংছত ভাৰতৰ সংগ্রহ ৩৮৭

🔹 আকৰ্ষণীয় পৰ্যায়ত লৰ্ডছ টেষ্ট  🔹 প্ৰথম ইনিংছত দুয়ো দলৰ সমান ৰান সংগ্ৰহ নিউজ ডেস্ক, ১৩ জুলাই : টীম ইণ্ডিয়াই লর্ডছ টেষ্টত ঘৰুৱা দল ইংলেণ্ডক যোগ্য প্রত্যুত্তৰ আগবঢ়াইছে৷ ইংৰাজ বাহিনীয়ে ৩৮৭ ৰানত প্রথম ইনিংছ সামৰাৰ প্রত্যুত্তৰত ভাৰতীয়…

ম্যানমাৰস্থিত আলফা -ৰ শিবিৰত সেনাৰ ভয়াৱহ আক্ৰমণ

🔹 ম্যানমাৰস্থিত আলফা -ৰ শিবিৰত সেনাৰ ভয়াৱহ আক্ৰমণ 🔹 মাজনিশা ২ বজাৰ পৰা পুৱতি নিশা ৪ বজালৈ প্ৰায় ১০০ ড্ৰোণেৰে আক্ৰমণ 🔹 আলফা (স্বা)ৰ মেজৰ জেনেৰেল নয়ন অসম নিহত নিউজ ডেস্ক, ১৩ জুলাই : ১৫ আগষ্টৰ পূৰ্বে আলফা (স্বা)ৰ শিবিৰত ভাৰতীয় সেনাৰ…

ৰাজ্যৰ ৮ লাখ বিঘা চৰকাৰী–বনভূমি আছে বেদখলকাৰীৰ কবলত : মুখ্যমন্ত্রী ড০ শর্মা

🔹 অসমীয়াক সংখ্যালঘু কৰাৰ চক্রান্তৰে চৰকাৰী ভূমি দখলৰ চেষ্টা বিশেষ বাৰ্তা, ১৩ জুলাই : গোৱালপাৰা–বঙাইগাঁও জিলাত শেহতীয়াকৈ চলা উচ্ছেদক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজনৈতিক বিতর্ক তথা বিৰোধীয়ে ৰাজ্য চৰকাৰক অমানৱীয়ভাৱে তথা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১৩ জুলাই, আহাৰ মাহৰ ২৮ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : শ্রৱণা, যাত্রা : মধ্যম মেষ : সাংসাৰিক দিশত শান্তি বজাই ৰাখিব৷ সামাজিক সেৱাই মনত শান্তি দিব৷ সন্তানৰ দিশত চিন্তা বৃদ্ধি৷ শিক্ষার্থীসকলৰ বাবে আজি…

আজিও সন্ধান নোলাল যশস্বী সংগীতশিল্পী ৰমেন বৰুৱা-ৰ

সন্ধানহীন ৰমেন বৰুৱা : মানুহজন নোহোৱা হবৰ প্ৰায় এবছৰ হল। পিছে আজিলৈকে কোনো শুংসূত্ৰই নাপালে আৰক্ষী কিম্বা পৰিয়ালৰ লোকে। কত হেৰাই গল এই খেয়ালি মনৰ মানুহগৰাকী। কল্পনাতীত এক ঘটনাই যেন সংঘটিত হল তেওঁৰ লগত। কিয়নো যিগৰাকী ব্যক্তি সততে সমাজৰ লগত…

সৰ্বত্ৰ গ্ৰীষ্ম প্ৰবাহ , গৰমৰ দিন পাৰ কৰাৰ কেইটামান টিপছ

সৰ্বত্ৰ গ্ৰীষ্ম প্ৰবাহ : গৰম দিন বুলিলে তেনে দিনক বুজোৱা হয় যেতিয়া বাতাৱৰণৰ উষ্ণতা (temperature) সাধাৰণতকৈ বেছি হৈ উঠে, আৰু সূৰ্যৰ তীব্ৰ তাপৰ বাবে মানুহে অসহ্য গৰম অনুভৱ কৰে। সাধাৰণতে যদি দিনটোত তাপমাত্রা ৩৫°–৪০° চেলচিয়াছ বা তাৰো অধিক হয়,…