নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হৰমুজ প্রণালী : অহা মাহত ফ্রান্সত মোদী-ট্রাম্পৰ বৈঠক

ডিজিটেল ডেস্ক, ২১ মে’ : ইৰান যুদ্ধৰ জুয়ে দহিছে সমগ্র মধ্যপ্রাচ্য৷ মহাসংকটত হৰমুজ প্রণালী৷ যুদ্ধৰ আঁচোৰ পৰিছে ভাৰততো৷ তেনে পৰিস্থিতিত অহা মাহত ফ্রান্সত বৈঠকত মিলিত হ’বলৈ ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মার্কিন ৰাষ্ট্রপতি ড’নাল্ড…

গোসাঁইগাঁৱৰ কচুগাঁৱত অস্ত্ৰসহ চোৰাং চিকাৰী আটক

ডিজিটেল ডেস্ক, ২১ মে' : গোসাঁইগাঁবৰ কচুগাঁৱত বন বিভাগৰ অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অস্ত্ৰসহ এজন চোৰাং চিকাৰীক আটক কৰে। কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ চানফান ৰেঞ্জৰ বন বিভাগৰ দলে পুৱতি নিশা অভিযান চলাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আটক…

বয়সতকৈ অভিলেখ বেছি, ক্ৰিকেট বিশ্বত নতুন ধুমুহা বৈভৱ সূৰ্যবংশী

ডিজিটেল ডেস্ক, ২১ মে’ : চলিত আইপিএলত চমক অব্যাহত আছে বৈভৱ সূর্যবংশীৰ৷ বয়স যিমানেই নহওক কিয়, তাতকৈ বেছি অভিলেখ আছে তেওঁৰ নামত৷ মঙলবাৰে নিশা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলা মেচখনত ৩৮টা বলত ৯৩ ৰান কৰি একাধিক অভিলেখৰ গৰাকী হয়…

কাৰ্বি আংলঙৰ হাওৰাঘাটত বিলাসী বাহনখন ছয় গৰুচোৰ কৰায়ত্ত

ডিজিটেল ডেস্ক, ২১ মে' : কাৰ্বি আংলঙৰ হাওৰাঘাটৰ বৰবিলত গৰুচোৰক ৰাইজৰ উত্তম-মধ্যম। কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত গৰুচোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে হাওৰাঘাট আৰক্ষী থানা এলেকাৰ বৰবিলত ৰাইজৰ ৰোষত পৰে বিলাসী বাহনসহ ছয় গৰুচোৰ । AS-01 GG-7927…

সম্পাদকীয় : শিক্ষা মিছন

শিক্ষা ব্যৱস্থাটোক উন্নত কৰিবলৈ চৰকাৰে বহু পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ শিক্ষাৰ মান উন্নত কৰিবলৈ চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, শিক্ষক সম্পর্কীয় পদক্ষেপ, শৈক্ষিক মান উন্নয়ন, ছাত্র কল্যাণমূলক আঁচনি, প্রশাসনিক সংস্কাৰৰ বাবে বহুখিনি কাম…

২১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ মে’, জেঠ মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : মধ্যম মেষ : আজি কর্মস্থানত শুভ যোগ৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব৷ পাৰিবাৰিক দিশত মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং– মেৰুণ, শুভ…

এয়াৰটেলৰ প্ৰায়ৰিটি প’ষ্টপেইড আৰম্ভ

ভাৰতী এয়াৰটেলে প্ৰায়ৰিটি প'ষ্টপেইড মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে এক নতুন সেৱা যিয়ে প'ষ্টপেইড গ্ৰাহকসকলক উন্নত আৰু অধিক স্থিৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ 5জি শ্লাইচিং প্ৰযুক্তি ব্যৱহাৰ কৰে। এই সেৱাটো ব্যস্ত গ্ৰাহকসকলৰ বাবে বিশেষভাৱে…

CMO-ৰ হাততেই অধিকাংশ ক্ষমতা, কেৰালামৰ নতুন মন্ত্ৰীসভাত বিভাগ বিতৰণ

কেৰালাম চৰকাৰে নতুন মন্ত্ৰীসভাত বিভাগসমূহৰ দায়িত্ব বণ্টনৰ ঘোষণা কৰিছে। কেৰালাম লোকভৱনে জাৰি কৰা অধিসূচনামতে মুখ্যমন্ত্ৰী ভি ডি সতীশনে বিত্ত, আইন, সাধাৰণ প্ৰশাসন আৰু বন্দৰ বিভাগকে ধৰি মুঠ ৩৫টা বিভাগ নিজৰ অধীনত ৰাখিছে। চৰকাৰৰ নীতি নিৰ্ধাৰণ…

গ্ৰীষ্মপ্ৰৱাহৰ তাণ্ডৱ! উত্তৰ প্ৰদেশত ৪৮ ডিগ্ৰী অতিক্ৰম

নয়ডা, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এই সময়ত ভয়ংকৰ তাপপ্ৰবাহৰ কবলত পৰিছে। বহু অঞ্চলত তাপমাত্ৰা অবিৰতভাৱে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়াছৰ মাজত থাকিছে। দিনৰ লগতে নিশাও গৰমৰ পৰা কোনো সকাহ নথকাত হিটষ্ট্ৰোক আৰু…

ফিফা বিশ্বকাপৰ বাবে ব্রাজিলৰ ২৬জনীয়া দল ঘোষণা

আসন্ন ফিফা বিশ্বকাপৰ বাবে ২৬জনীয়া দল ঘোষণা কৰিলে ৫বাৰৰ চেম্পিয়ন ব্রাজিলে৷ ঘোষিত দলটোত আটাইতকৈ ডাঙৰ চমক হৈছে তাৰকা ফৰৱার্ড নেইমাৰৰ ৰাজকীয় প্রত্যাৱর্তন৷ ২০২৩ বর্ষৰ পিছৰ পৰা আঘাত আৰু বিভিন্ন কাৰণৰ বাবে ব্রাজিলৰ জার্ছীত দেখা নাপালেও ফুটবলৰ…