হিংসাৰ পথ এৰি বাছি ল’লে ‘নৱজীৱন’, ঝাৰখণ্ডত ২৫ মাওবাদীৰ আত্মসমৰ্পণ
ডিজিটেল ডেস্ক, ২১ মে' : দেশক মাওবাদমুক্ত কৰাৰ কঠিন সংকল্প লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰি ৩১ মাৰ্চ, ২০২৬ তাৰিখক ডেডলাইন হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। সেই লক্ষ্য পূৰণত কেন্দ্ৰ প্ৰায় ৯৯ শতাংশ সফল হৈছে বুলিও ধৰা হৈছে। এফালে…