নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ফিফা বিশ্বকাপৰ বাবে ব্রাজিলৰ ২৬জনীয়া দল ঘোষণা

আসন্ন ফিফা বিশ্বকাপৰ বাবে ২৬জনীয়া দল ঘোষণা কৰিলে ৫বাৰৰ চেম্পিয়ন ব্রাজিলে৷ ঘোষিত দলটোত আটাইতকৈ ডাঙৰ চমক হৈছে তাৰকা ফৰৱার্ড নেইমাৰৰ ৰাজকীয় প্রত্যাৱর্তন৷ ২০২৩ বর্ষৰ পিছৰ পৰা আঘাত আৰু বিভিন্ন কাৰণৰ বাবে ব্রাজিলৰ জার্ছীত দেখা নাপালেও ফুটবলৰ…

জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীৰ পৰা গুৱাহাটী আহি পোনে পোনে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি তেওঁ পুনৰ স্পষ্টকৈ জনায় যে জুবিন গাৰ্গৰ প্ৰকৃত সাংস্কৃতিক ঐতিহ্য কোনো ৰাজনৈতিক হস্তক্ষেপ…

বিশেষ লেখা : ইটালী আৰু ভাৰত : ভাৰত-ভূমধ্যসাগৰীয় অঞ্চলৰ বাবে এক কৌশলগত অংশীদাৰিত্ব

-নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা ভাৰত আৰু ইটালীৰ সম্পৰ্ক এতিয়া নিৰ্ণায়ক পৰ্যায়ত উপনীত হৈছে। শেহতীয়া বছৰবোৰত দুইখন দেশৰ সম্পৰ্ক অভূতপূৰ্ব গতিৰে সম্প্ৰসাৰিত হৈছে। এয়া কেৱল এক…

মন্ত্ৰীসভাত কাৰ উদয় হ’ব ভাগ্যৰবি : দিল্লীত মুখ্যমন্ত্রীৰ মাৰাথন বৈঠক

মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলি থকা চর্চাৰ মাজতে দিল্লী ভ্রমণৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ দলৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীন আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰে৷ দ্বিতীয়বাৰৰ বাবে পূর্ণাংগ মন্ত্রীসভা গঠনৰ পূর্বে…

দেশৰ নিৰাপত্তাত দিল্লীৰ মাষ্টাৰষ্ট্র’ক : চিকেন নেকৰ দায়িত্বত কেন্দ্ৰ

ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত এক অভূতপূর্ব আৰু সুদূৰপ্রসাৰী সিদ্ধান্ত গ্রহণ কৰিছে পশ্চিমবংগ চৰকাৰে৷ উত্তৰ–পূর্বাঞ্চলক সমগ্র দেশৰ সৈতে সংযোগ কৰা আটাইতকৈ স্পর্শকাতৰ অঞ্চল চিকেন নেক বা শিলিগুৰি কৰিড’ৰ আৰু বাংলাদেশ সীমান্তৰ সুৰক্ষা অধিক…

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা

শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰিল মালভৰ্তি ট্ৰাক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেন। যানবাহন আৰক্ষীয়ে দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।…

বহি:ৰাজ্যত কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতাৰ পঞ্চাশোৰ্ধ্বৰ ব্যক্তি

বহি:ৰাজ্যলৈ কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতা শলমাৰী গাঁৱৰ পঞ্চাশ উৰ্ধৰ ব্যক্তি। মৰাণৰ পৰা ৰেলযোগে কেৰেলালৈ ৰাওনা হোৱাৰ পথত ওড়িষ্যাৰ কটক ষ্টেচনত নামি সন্ধানহীন হয় হীৰেন ফুকন নামৰ ব্যক্তিজন। পুত্ৰ আদিত্য ফুকনৰ লগতে গাঁৱৰ ৫-৬ জনীয়া দলৰ সৈতে…

বাণিজ্যিক–ঘৰুৱা ৰন্ধন গেছৰ নাটনিত দিশহাৰা ব্যৱসায়ী

পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক সংকটত পেলোৱাৰ সময়তে ঘৰুৱা–বাণিজ্যিক ৰন্ধন গেছৰ অস্বাভাৱিক যোগানেও বৃদ্ধি কৰিছে সমস্যা৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱে সৃষ্টি কৰা ৰন্ধন গেছৰ সংকট যোৱা দীর্ঘদিনৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক সমস্যাত…

বিধ্বংসী বৈভৱ : প্লেঅফৰ আশা সজীৱ ৰাজস্থান ৰয়েলছৰ

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছক ৭ উইকেটৰ জয় প্ৰদান কৰে। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫ উইকেট হেৰুৱাই ২২০ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে ১৯.২ অভাৰত ৩ উইকেটত জয়…

সম্পাদকীয় : জলবায়ু পৰিৱর্তন আৰু অসমৰ কৃষিখণ্ড

অসমৰ অর্থনীতি আৰু গ্রাম্য সমাজখনৰ মূল ভেটিটোৱেই হৈছে কৃষি৷ যুগ যুগ ধৰি বৰষুণৰ অনুকূল ঋতুচক্র আৰু ব্রহ্মপুত্র–বৰাক উপত্যকাৰ পলসুৱা ভূমিৰ ওপৰত নির্ভৰ কৰি আমাৰ কৃষকসকলে পৰম্পৰাগত কৃষিকার্য পৰিচালনা কৰি আহিছে৷ কিন্তু বর্তমান গোলকীয় উষ্ণতা…