৬ মাৰ্চত ছবিগৃহলৈ ভিলেজ ৰকষ্টাৰ্ছ-২
ছবিগৃহলৈ আহি আছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ বহু সমাদৃত ছবি ভিলেজ ৰকষ্টাৰ্ছ ২। ৰং আৰু আনন্দৰ উৎসৱ হোলীৰ দিনা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ ২ৰ থিম ছং মুকলি কৰা হয়৷
কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰি দেশবাসীলৈ সুনাম…