মাকুম সমষ্টিত বিজেপি-অগপৰ বন্ধুত্বপূৰ্ণ নিৰ্বাচনৰ আশংকা!
বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ নৱগঠিত ৮৫নং মাকুম বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে।
বিভিন্ন ভাষা ভাষী, ধৰ্ম সম্প্ৰদায়ৰ সংমিশ্ৰণৰ…