নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৃতত্ত্ব বিষয়ত স্বৰ্ণ পদক, লখিমপুৰৰ মৃদুপৱন হাজৰিকাৰ সাফল্য

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাত নৃতত্ত্ব বিষয়ত সৰ্বোচ্চ নম্বৰ (৯৮.৪) লাভেৰে স্বৰ্ণ পদক লাভ কৰি লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰ নগৰৰ ১নং নকাৰী ৱাৰ্ডৰ ছাত্ৰ মৃদুপৱন হাজৰিকাই। বাধাকৰা…

জামিন নালাগে শ্যামকানু-সন্দীপনক; নিজেই কৰিলে প্ৰত্যাহাৰ

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : জামিন নালাগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাত অভিযুক্ত হৈ সম্প্ৰতি জে'লত থকা শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক। মুকলি আকাশৰ তললৈ আহিবলৈ যেন ভয় কৰিছে শ্যামকানু আৰু সন্দীপনে! জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত…

মার্কিন বিশ্ববিদ্যালয়ত ভাৰতীয় শিক্ষাৰ্থী ৭৫ শতাংশ হ্রাস

নিউজ ডেস্ক, ২২ জানুৱাৰী : মার্কিন বিশ্ববিদ্যালয়ত পঢ়া–শুনা কৰি উচ্চ শিক্ষা অর্জন, কেৰিয়াৰ গঢ়াৰ সপোন দেখা ভাৰতীয় শিক্ষার্থীসকলে দুঃসময়ৰ মুখামুখি হ’বলগীয়া হৈছে ড’নাল্ড ট্রাম্পৰ আমোলত৷ মার্কিন ৰাষ্ট্রপতি হিচাপে ট্রাম্পৰ দ্বিতীয়তো কার্যকালৰ…

মৰিগাঁও আৰক্ষীৰ জালত ৫ কুখ্যাত চাইবাৰ অপৰাধী

পুনৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট আৰু নগাঁও জিলাৰ ধিঙৰ মুঠ ৫ চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীকেইটাক বৃহস্পতিবাৰে পুৱতি নিশা মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত যোৱা SPECIAL POLICE TEAM-এ…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ এটা পষেক

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : মাজত মাত্ৰ এটা পষেক ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন ৷ যাৰ বাবে অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যেন ব্যস্ততাৰ…

ড০ হিমন্ত বিশ্ব শর্মাই পুনৰ হ’ব অসমৰ মুখ্যমন্ত্রী, ‘কালচক্র’ৰ ভৱিষ্যদ্বাণী

নিউজ ডেস্ক, ২২ জানুৱাৰী : অসমৰ মুখ্যমন্ত্রীৰ পদত পুনৰ ড০ হিমন্ত বিশ্ব শর্মাই অধিষ্ঠিত হ’ব৷ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত একাংশ ৰাজনৈতিক সমীক্ষাৰ পাছত এইবাৰ জ্যোতিষীয় বিশ্লেষণতো এনে ইংগিতেই দিয়া হৈছে৷ দিছপুৰ প্রেছ ক্লাবত ২০২৬–২৭ বর্ষৰ…

ইউৰোপত অসমৰ চাহে পাব নতুন বজাৰ

নিউজ ডেস্ক, ২২ জানুৱাৰী : ইণ্ডো–ইউকে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ আৰু আগন্তুক ইণ্ডো–ইউৰোপীয় ইউনিয়ন চুক্তিৰ জৰিয়তে অসমৰ চাহে নতুন বজাৰ লাভ কৰিব৷ ডোভাছত দ্বিতীয় দিনা অসমৰ চাহ উদ্যোগৰ বিকাশ তথা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰ কথা সন্দর্ভত চাহৰ এক…

‘নিউজ লাইভ’ৰ ১৮সংখ্যক বর্ষপূর্তি, সীমা বিশ্বাসলৈ বর্ষশ্রেষ্ঠ অসমীয়া সন্মান

🔹 পীতাম্বৰ দেৱগোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : সংগ্রাম, সাহস আৰু সাধনাৰ ১৮টা বছৰ অতিক্রম কৰিলে ছেটেলাইট নিউজ চেনেল ‘নিউজ লাইভ’–এ৷ ১৯ বছৰত ভৰি দিয়া সর্বাধিক জনপ্রিয় চেনেলটোৱে অহা ৩১ জানুৱাৰীত ১৮সংখ্যক বর্ষপূর্তি…

ক্ষমতাৰ বল

ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক আমেৰিকাই আটক কৰাৰ পিছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে পশ্চিম গোলার্ধৰ প্রধান শক্তি হ’ব লাগিব আমেৰিকা৷ ট্ৰাম্পৰ শীর্ষ উপদেষ্টা ষ্টিফেন মিলাৰে শেহতীয়াকৈ কয়– ‘বিশ্ব এতিয়া শক্তিৰ…

২২ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ জানুৱাৰী, মাঘ মাহৰ ৮ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা চতুর্থ, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : ৰাজনীতিৰ লগত জড়িত থকাসকলে ভাল ফল পাব৷ ঘৰলৈ আলহী–অতিথিৰ আগমন হ’ব পাৰে৷ দিনটো শুভ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷ বৃষ : ব্যৱসায়ত লাভ…