হায়দৰাবাদ-বেংগালুৰু হাইৱেত ভয়ংকৰ দুৰ্ঘটনা, ১২জনৰ মৃত্যু
আজি হায়দৰাবাদ-বেংগালৰু হাইৱেৰ কৰুণূল জিলাৰ কল্লূৰ মণ্ডলৰ চিন্নাটেকপুৰ অঞ্চলত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কালেশ্বৰম ট্ৰেভেলছৰ এখন যাত্ৰাবাহী বাছত অগ্নিকাণ্ড সংঘটিত হৈ বহুজনৰ মৃত্যু ঘটে। ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কেইমিনিটমানৰ ভিতৰতে…