নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : জনতাৰ কণ্ঠ জুবিন গার্গৰ সহধর্মিণী গৰিমা শইকীয়াৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ ফোন : ৮৬৩৮৪–১৪৯৫৪ জুবিন গার্গ নথকাৰ অনুভৱত এতিয়া সকলোৰে অশ্রু নিগৰিছে৷ এই কথা ভাবিলে আপোনাৰ অন্তৰত কেনে বেদনাৰ সৃষ্টি হয়? তেওঁ আঁতৰি যোৱাৰ এমাহ সম্পূর্ণ হ’ল৷ কিন্তু এতিয়াও ভাবিব নোৱাৰোঁ যে জুবিন আমাৰ মাজত…

জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ দেহাৱসান… সাংবাদিকতাৰ ক্ষেত্ৰত শূন্যতা

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীয়ে আজি শুই থকা অৱস্থাত হেঙেৰাবাৰী হাউচিং ক'লনীৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰিছে। ১৯৪৬ চনত জন্মগ্ৰহণ কৰা বৈকুণ্ঠ গোস্বামীয়ে অসমৰ সংবাদ জগতলৈ বিশেষ বৰঙণি আগবঢ়াই গৈছিল। মুক্ত সাংবাদিকতাৰ লগতে…

শান্তি-সম্প্ৰীতি-সমন্বয়ৰ স্থান হওক জুবিন ক্ষেত্ৰ, নিশা সোণাপুৰত গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰৰ কমাৰকুছি হাতীমূৰাস্থিত জুবিন ক্ষেত্ৰত এতিয়াৰে পৰা যেতিয়াই তেতিয়াই অনুৰাগীয়ে  প্ৰৱেশ কৰিব নোৱাৰিব ৷ প্ৰৱেশৰ ক্ষেত্ৰত কিছু নিয়মাৱলী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ পূৰ্বে দিন হওক বা ৰাতিয়েই হওক, যিকোনো সময়তে অনুৰাগীয়ে জুবিন…

জুবিন ক্ষেত্ৰত SOP জাৰিৰ পিছতে মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰীতা চৌধুৰীৰ

ৰাজ্য চৰকাৰে জুবিনক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত নতুনকৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকেহে জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব বুলি ৰাজ্য চৰকাৰে এছঅপি জাৰি কৰিছে। সেই অনুসৰি এই সময়ৰ বাহিৰত কোনো…

আলফাৰ শিবিৰলৈ ঔষধ প্ৰেৰণ! তিনিচুকীয়াত ৭ লিংকমেন আটক

উগ্ৰপন্থী বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি অৰুণাচলৰ নামপং হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবৰলৈ বুজন পৰিমাণৰ ঔষধ সৰবৰাহ কৰোতে ৭জন ব্যক্তিক আটক কৰাৰ বিপৰীতে বুজন পৰিমাণৰ ঔষধ জব্দ কৰে। লেখাপানী আৰু তিনিচুকীয়া আৰক্ষীৰ…

কুৰুক্ষেত্ৰত পৰিণত পাথাৰকান্দি মাছবজাৰ, ৰ*ক্তক্ষয়ী সংঘৰ্ষত আহত ৯

মাছৰ বজাৰৰ অধিকাৰক লৈ পাথাৰকান্দি মাছবজাৰ কুৰুক্ষেত্ৰত পৰিণত হয়। দুইপক্ষৰ মাজত হোৱা এই ৰক্তক্ষয়ী সংঘৰ্ষত আহত হৈছে ৯জন। তেওঁলোকৰ ভিতৰত সাতজনক সংকটজনক অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছে। কালি নিশা এটা পক্ষ মাছ বজাৰৰ…

পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব জুবিন ক্ষেত্র, কামৰূপ মহানগৰ জিলা প্রশাসনৰ এছঅ’পি জাৰি

জুবিন গার্গক ভাল পোৱাৰ নামত, জুবিন গার্গৰ অনুগামী হোৱাৰ নামত সোণাপুৰৰ জুবিন ক্ষেত্রত কোনোধৰণৰ ভণ্ডামি–উদ্ভণ্ডালি হ’ব নোৱাৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছতে কামৰূপ মহানগৰ জিলা প্রশাসনে এখন এছঅ’পি জাৰি কৰি কেতবোৰ…

অব কী বাৰ মোদী চৰকাৰ শ্লোগানৰ জনক পীয়ূষ পাণ্ডেৰ মৃত্যু

ভাৰতীয় বিজ্ঞাপন জগতত মোক্ষম আঘাত। ‘এড গুৰু’ নামেৰে পৰিচিত পীয়ূষ পাণ্ডেৰ মৃত্যু হৈছে। তেওঁ ৭০ বছৰ বয়সত মুম্বাইত অন্তিম নিশ্বাস ত্যাগ কৰে। যদিও মৃত্যুৰ কাৰণ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। পীয়ূষ পাণ্ডেই ‘অব কী বাৰ মোদী চৰকাৰ’ আৰু ‘ঠাণ্ডা…

জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শনীলৈ পৰ্যবসিত এটা ট্ৰেজেডী

জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শণীলৈ পৰ্যবসিত এটা ট্ৰেজেডী ড০ জয়ন্ত বিশ্ব শৰ্মা ছিংগাপুৰৰ পৰা যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছিল, ৰাজ্যজুৰি অবিশ্বাসৰ ঢৌ উঠিছিল। জুবিন গাৰ্গৰ মৃত্যু অগনন লোকৰ বাবে ব্যক্তিগত…

জল সংৰক্ষণৰ প্রাসংগিকতা

আধুনিক বিশ্বত জীৱশ্রেষ্ঠ মানৱৰ বাবে জীৱন–যাপনত বহুতো সুবিধা আহিছে যদিও প্রাকৃতিকভাৱে কিছুমান কাৰণত জীৱন–যাপনত জটিলতাও আহিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে প্রদূষিত পৃথিৱীত জলসংকট এক ভয়াৱহ সমস্যা হিচাপে থিয় দিছে৷ জলসংকটৰ পৰা মানৱ জাতিয়ে উদ্ধাৰ পাবলৈ…