কেৰিয়াৰৰ জটিল সময়ত ৰান মেচিন কোহলি : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ ব্যৰ্থ বিৰাট
এডিলেইড সদায় তেওঁৰ প্ৰিয় খেলপথাৰ। কিন্তু সময় যেতিয়া বেয়া হয়, সকলো হিচাপ-নিকাচ সলনি হৈ যায়। ঠিক তেনেকুৱাই হৈছে বিৰাট কোহলিৰ সৈতে। কেৰিয়াৰৰ সৰ্ববৃহৎ পৰীক্ষাৰ সন্মুখীন হৈ পুনৰ ব্যৰ্থ হ’ল কোহলি। পাৰ্থৰ পিছত এডিলেইডৰ এদিনীয়াতো শূন্য…