নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

INS বিক্ৰান্তত নৌসেনাৰ জোৱানৰে দীপাৱলী পালন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দীপাৱলী উদযাপন কৰিলে দেশৰ সাহসী জোৱানসকলৰ সৈতে সাগৰৰ ঢৌৰ মাজত। তেওঁ গোৱা আৰু কৰোৱাৰ উপকূলত অৱস্থিত ভাৰতৰ প্ৰথম নিজস্ব বিমানবাহী জাহাজ INS বিক্ৰান্তত নৌসেনাৰ জোৱানসকলৰ সৈতে মিঠাই খুৱাই দীপাৱলী পালন কৰে। এই…

হংকঙৰ ৰানৱেৰ পৰা সাগৰত পৰিল কাৰ্গ’ বিমান, দুজনৰ মৃত্যু

আজি পুৱা হংকং আন্তৰ্জাতিক বিমানবন্দৰত এটা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। এখন কাৰ্গ’ বিমান ৰানৱেৰ পৰা পিছলি সাগৰত পৰে, য’ত বিমানবন্দৰৰ দুজন গ্ৰাউণ্ড ষ্টাফৰ মৃত্যু হয়। এমিৰেটছ ফ্লাইট EK9788, যিখন ডুবাইৰ পৰা আহিছিল, স্থানীয় সময় অনুযায়ী পুৱা…

টেষ্ট মেচ চোৱাৰ আগ্ৰহীৰ বাবে মেগা অফাৰ, দৈনিক ৬০ টকাতে উপভোগ কৰক গিল-ৰাহুলৰ চমক

ভাৰতীয় ক্রিকেট দল বৰ্তমানে অষ্ট্ৰেলিয়াত আছে, য’ত তিনিখন এদিনীয়া (ODI) খেলৰ ছিৰিজৰ পাছত পাঁচখন টি-২০ খেলৰ ছিৰিজ খেলিব। এই ভ্ৰমণৰ অন্তত ভাৰতীয় দলে ঘৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে Test, ODI, T20 খেলিব। এই ছিৰিজৰ আৰম্ভণি ১৪ নৱেম্বৰৰ পৰা হ’ব, প্ৰথমখন…

ৰাইজখনে যেতিয়া একেলগে কান্দে

🔹 ড০ পার্থসাৰথি মহন্ত কিছুমান মানুহ যেতিয়া এই পৃথিৱীখনৰ পৰা গুচি যায়, আমাৰ পৃথিৱীৰ এটা অংশও লগতে লৈ যায়৷ তেওঁলোক নোহোৱা হোৱাৰ লগে লগে এনে লাগে যেন আমাৰ নিজৰ কাহিনীৰ এটা টুকুৰাও শেষ হৈ গ’ল৷ জীৱনত এনে কিছুমান মুহূর্ত আহে যেতিয়া এজন ব্যক্তিৰ…

এছএছচিত ৯,৩৬৩টা কনিষ্টবলৰ চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ২১ অক্টোবৰ ষ্টাফ ছিলেকচন কমিছনৰ অধীনত ৯ সহস্রাধিক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি ছিংগাপুৰলৈ SITৰ দুজনীয়া দল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ অগণিত জুবিন অনুৰাগীয়ে স্বচ্ছ আৰু ক্ষিপ্ৰ ন্যায়ৰ দাবী জনাই আহিছে। ইয়াৰ মাজতে আজি ছিংগাপুৰলৈ যাব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলাই থকা SITৰ দুজনীয়া দল। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰৰ…

সোণাপুৰৰ জুবিন ক্ষেত্ৰত তথাকথিত ইউটিউবাৰৰ উদ্ভণ্ডালি…

সোণাপুৰৰ জুবিন ক্ষেত্ৰত তথাকথিত ইউটিউবাৰৰ উদ্ভণ্ডালিত ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগী। ইউটিউবাৰ মৃদুস্মিতাক কেন্দ্ৰ কৰি নিশা সমাধি ক্ষেত্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালি এমহীয়া পুণ্যতিথি উপলক্ষে হাজাৰ হাজাৰ…

গৰৈমাৰীত চাঞ্চল্য : যুৱতীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা

কামৰূপ জিলাৰ গৰৈমাৰীৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী খাইৰুণ নেছা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গৰৈমাৰীত পুনৰ আন এগৰাকী যুৱতীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা।ডেগাৰেৰে ঘপিয়াই হত্যাৰ অপচেষ্টা আঞ্জু বেগম নামৰ এগৰাকী যুৱতীক। এই ঘটনা সংঘটিত হৈছে…

জুবিনবিহীন আজি প্ৰথমটো পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপাৱলী। এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত কালী পূজা আৰু দীপাৱলীৰ প্ৰস্তুতি সম্পন্ন হৈছে। কিন্তু আজি দেৱালীৰ আনন্দ তেনেই নিস্তেজ। কিয়নো আমাৰ মাজত নাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আগতে দেৱালী উপলক্ষে…

অযোধ্যা-ত দীপাৱলীত বিশ্বৰেকৰ্ড : একেলগে জ্বলিল ২৬,১,২১৫ গছি চাকি

পবিত্ৰ নগৰী অযোধ্যা-ত কালি সন্ধিয়া এক ঐশ্বৰিক দৃশ্য দেখা গ’ল। দীপোৎসৱৰ নৱম সংস্কৰণত ভগৱান শ্ৰীৰামৰ পৱিত্ৰ ধৰণীক ২৬ লাখ ১৭ হাজাৰ ২১৫ গছি চাকি প্ৰজ্বলন কৰি নতুন বিশ্বৰেকৰ্ড স্থাপন কৰা হয়। দেশ-বিদেশৰ পৰা অহা ভক্তসকলে ‘শ্ৰী ৰাম, জয় ৰাম, জয়…