নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত দীপাৱলীৰ পিছত ভয়াৱহ প্ৰদূষণৰ আংশকা, AQI 400 অতিক্ৰম

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত দীপাৱলীৰ পূৰ্বসন্ধ্যাত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ৩৮টা নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ২৪টাত বায়ু গুণমান ‘অতি বেয়া’ হিচাপে চিহ্নিত হৈছে। আনন্দ বিহাৰত বায়ু গুণমান সূচক (AQI) ৪০০ অতিক্ৰম কৰিছে, যি ‘অতি বেয়া’…

মহিলা বিশ্বকাপৰ ছেমিৰ চতুৰ্থটো দল কোন- ভাৰত নে নিউজিলেণ্ড

মহিলা বিশ্বকাপৰ এখন ৰোমাঞ্চকৰ খেলত ইংলেণ্ডৰ মহিলা দলে ভাৰতক ৪ ৰানত পৰাজিত কৰিছে। এই জয়েৰে ইংলেণ্ড বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে স্থান সুৰক্ষিত কৰা তৃতীয়টো দল হৈ পৰিছে। এতিয়ালৈকে তিনিটা দলে যোগ্যতা অৰ্জন কৰিছে আৰু এতিয়া কেৱল এটাৰ স্থান বাকী।…

আজিৰ দিনটোৰ ৰাশিফল (২০ অক্টোবৰ)

২০ অক্টোবৰ ২০২৫ তাৰিখটো বহু ৰাশিৰ বাবে নতুন আশা আৰু সম্ভাৱনাৰে ভৰিপূৰ্ণ হ’ব। কৰ্মজীৱন, ধন, স্বাস্থ্য আৰু পৰিয়াল জীৱনত কোনে লাভ পাব আৰু কোনে সাৱধান থাকিব লাগিব — চাওঁ আহক দিনটোৰ ৰাশিফল। মেষ ৰাশি আজিৰ দিনটোত আপোনাৰ ফঁচি থকা ধন উভতি আহিব…

মই ভুল কৰিছোঁ, মোক শাস্তি দিলেই হ’ল- ছমৰীয়াৰ চৌধুৰীপামত ছাত্ৰী হত্যাৰ ঘটনা

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত ১৫ অক্টোবৰত দিন-দুপৰতে কলেজীয়া ছাত্ৰী এগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হত্যাকাৰী নুৰুল ইছলামক লৈ আজি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ উল্লেখ্য যে কালাতলীৰ চৌধুৰীপাম গাঁও নিবাসী তথা…

৩ সন্তানৰ পিতৃ লম্পট যুৱকৰ কামনাৰ বলি মূকবধিৰ যুৱতী

লম্পট যুৱকৰ কামনাৰ বলি এগৰাকী মূকবধিৰ যুৱতী। ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক ধৰ্ষণ যুৱতীগৰাকীক। ৬ মাহৰ অন্তঃসত্ত্বা যুৱতীগৰাকীক লৈ ন্যায় বিচাৰি থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ। নগৰবেৰাৰ ১নং পলাহৰটাৰীত সংঘটিত হৈছে তেনে এক জঘন্য কাণ্ড।…

লাহৰীঘাটত কুখ্যাত চাইবাৰ অপৰাধী আজমলক গ্ৰেপ্তাৰ

লাহৰীঘাটত পুনৰ কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। বহু বছৰ ধৰি পলাতক অৱস্থাত থাকি অৱশেষত লাহৰীঘাটৰ বৰছলা আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীজন হৈছে নগাবন্ধা অঞ্চলৰ আজমল। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পৰা লগৰীয়াৰ সৈতে ঘৰলৈ আহি থকাৰ অৱস্থা অঞ্চলটোৰ…

খৈৰাবাৰীত ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন সম্পন্ন

🔴৩ খন গ্ৰন্থ উন্মোচন 🔴নৃত্য, গীত-মাত, কবিতাৰে জীপাল অনুষ্ঠান ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আজি খৈৰাবাৰীত অনুষ্ঠিত হ'য়। খৈৰাবাৰী শাখাৰ আতিথ্যত খৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে…

খটখটীত ৩০০ কাৰ্টন অবৈধ সুৰাসহ ট্ৰাক জব্দ, চালকক আটক

অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত যোৱানিশা আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ সুৰাসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক‌ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা খটখটী থানাৰ অন্তৰ্গত কালিৰামবস্তিৰ চাৰিলেনযুক্ত পথত…

শিলচৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক 

শিলচৰত পুনৰ এজন ভুৱা চিকিৎসক কাছাৰ আৰক্ষীৰ জালত পৰে। এই পৰ্যন্ত কাছাৰ জিলাত মুঠ ১১জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই শিলচৰৰ অম্বিকাপট্টি অঞ্চলৰ পৰা…

আমগুৰিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হোৱা উপলক্ষে আজি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ ৰাইজৰ উদ্যোগত শিল্পীজনাৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমগুৰি নগৰৰ মাজমজিয়াত থকা আউনীআটীয় হেমচন্দ্ৰ দেৱ…