এছবিআইত ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট পদৰ বাবে আবেদন আহ্বান
✅আবেদনৰ অন্তিম তাৰিখ ৭ ডিচেম্বৰ
ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ৰ তৰফৰ পৰা বেংকৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে মুঠ ৮,২৮৩টা জুনিয়ৰ এছ’চিয়েট (কাষ্টমাৰ ছাপ’ট এণ্ড ছেল্ছ) পদৰ বাবে ইচ্ছুক আৰু অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রার্থীসকলে অনলাইনযোগে আবেদন জনাব পাৰিব৷ প্রার্থীসকলে কেৱল এখন ৰাজ্য/ইউটিৰ বাবেহে আবেদন জনাব পাৰিব৷ মুঠ ৮,২৮৩টা খালী…
Read More...