অইল ইণ্ডিয়াত ৫৫ পদ মুকলি
🔹 আবেদনৰ অন্তিম তাৰিখ ৯ ছেপ্টেম্বৰ
ৰাষ্ট্রীয় সংস্থা অইল ইণ্ডিয়া লিমিটেডত কর্মচাৰী নিয়োগ কৰা হ’ব৷ ‘এপষ্ট্রিম ৱেল এণ্ড গেছ ইণ্ডাষ্ট্রী’ বিভিন্ন ক্ষেত্রৰ বাবে নিয়োগ কৰা হ’ব প্রার্থীসকলক৷ সম্প্রতি এই সম্পর্কীয় বিজ্ঞাপন প্রকাশ কৰা হৈছে সংস্থাৰ তৰফৰ পৰা৷ আগ্রহীসকলে অনলাইনযোগে আবেদন জনাব লাগিব৷ সংস্থাটোত নিয়োগ কৰা হ’ব বিশেষজ্ঞ অথবা ড’মেন এক্সপার্ট পদত৷…
Read More...