অৰুণাচল সীমান্তত চীনা সেনাৰ তৎপৰতাঃ উপগ্রহ চিত্রত ধৰা পৰিল যুদ্ধ অনুশীলনৰ তথ্য
টাৱাঙৰ সংঘর্ষৰ পাছত অৰুণাচলৰ সমীপৰ তিব্বতৰ ঘাটিত চীনা সেনাৰ তৎপৰতা
যুদ্ধবিমান–ড্র’ন লৈ সষ্টম পিএলএ
উপগ্রহ চিত্রত ধৰা পৰিল যুদ্ধ অনুশীলনৰ তথ্য
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ: অৰুণাচল প্রদেশৰ টাৱাঙৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ত যোৱা ৯ ডিচেম্বৰৰ নিশা সংঘর্ষৰ পাছত চীন অধিকৃত তিব্বতত পিপলছ লিবাৰেচন আর্মী (পি এল এ)ৰ যুদ্ধবিমান আৰু…
Read More...