নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নগাঁৱৰ কন্দলিত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, নগাঁও, ১৪ মে' : নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। আজি কিছুদিন ধৰি বনৰীয়া হাতীয়ে চামগুৰিৰ ভৰাগুৰি, চামগুৰি বৌ বজাৰ, পাঘালি, বৰমা, মোৱামাৰী, কন্দলি, কচুৱা আদি অঞ্চলত তাণ্ডৱ সৃষ্টি কৰি আহিছে। বনৰীয়া…

ইৰানৰে যুদ্ধত কিমান খৰচ কৰিলে আমেৰিকাই ? হিচাপ দিলে পেণ্টাগনে

ডিজিটেল ডেস্ক, ১৪ মে’ : ইৰানৰ বিৰুদ্ধে চলি থকা যুদ্ধত এই পর্যন্ত ২,৯০০ কোটি ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ২ লাখ ৭৮ হাজাৰ কোটি টকা) ব্যয় হৈছে আমেৰিকাৰ৷ মঙলবাৰে মার্কিন কংগ্রেছত দাখিল কৰা এখন প্রতিবেদনত এই কথা জনায় পেণ্টাগনে৷ আনুমানিক…

IPL-2026 : প্লেঅফৰ লক্ষ্যৰে মুম্বাইৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব পঞ্জাব

যদি শ্ৰেয়াছ আয়াৰ অধিনায়কত্বত থকা পঞ্জাব কিংছে আজিৰ মেচত পৰাজয় স্বীকাৰ কৰে, তেন্তে দলটো প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হ’ব নেকি? আহক জানো পঞ্জাবৰ প্লে’অফৰ সমীকৰণ।

আশাৰ খবৰ কঢ়িয়াইছে ঢকুৱাখনাৰ মুগাপালকে…

ডিজিটেল ডেস্ক, ঢকুৱাখনা, ১৪ মে' : সোণালী সূতাৰ দেশ অসম। অসমৰ মুগাশিল্পই বহন কৰি আহিছে অসমীয়াৰ স্বাভিমান আৰু ঐতিহ্য। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগাশিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ ভিতৰতে কেৱল অসমতেই সৰ্বাধিক মুগা উৎপাদন…

হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ ৪ মন্ত্ৰীক দপ্তৰ বিতৰণ

শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে কালি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল অসমৰ নৱনিৰ্বাচিত নতুন চৰকাৰৰ। বৈঠকত সভাপতিত্ব কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি শপত লোৱা ৪ মন্ত্ৰী দপ্তৰ বিতৰণ কৰা হয়। দপ্তৰ বিতৰণত কৰ্তন হল অজন্তা নেওগৰ বিত্ত…

হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিলৰ আইৰনমেন চেলেঞ্জত ঐতিহাসিক সফলতা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুত্ৰ নন্দিলৰ সফলতাক প্ৰশংসা কৰিছে, যিয়ে ১০ মে’ত ভিয়েটনামত অনুষ্ঠিত কঠিন আইৰনমেন ভিয়েটনাম চেলেঞ্জ সফলভাৱে সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰি নিজৰ পুত্ৰ নন্দিলৰ…

দিল্লীত পুনৰ নিৰ্ভয়া কাণ্ড! চলন্ত বাছত যুৱতীক নিৰ্যাতন

ডিজিটেল ডেস্ক, ১৪ মে' : ২০১২ চনত দিল্লীত চলন্ত বাছত এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা হৈছিল। পাছত চিকিৎসালয়ত নিৰ্যাতিতাগৰাকীৰ মৃত্যু হয়। সেই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল। ১৪ বছৰৰ পিছত ‘নিৰ্ভয়া কাণ্ড’ৰ সেই নৃশংস ঘটনাৰ স্মৃতি…

দীপাংকৰ বৰ্মনৰ জামিন মঞ্জুৰ, CBIৰ ভূমিকাক লৈ প্ৰশ্ন

বহুচৰ্চিত মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ চৰ্চালৈ আহিছে তদন্তকাৰী সংস্থা CBIৰ ভূমিকা। জানিব পৰা মতে, দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে CBIয়ে কোনো ধৰণৰ নটিচ জাৰি কৰা নাছিল…

প্ৰকৃতিৰ কাল ৰূপ, প্ৰবল ধুমুহা-বৰষুণত ৫৪জন লোকৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১৪ মে' : উত্তৰ প্ৰদেশত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ৷ প্ৰবল ধুমুহা-বৰষুণৰ ফলত উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হৈছে। এই দুৰ্যোগত এতিয়ালৈকে ৰাজ্যখনত ৫৪জন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। বহু লোক আহত হৈছে। বিভিন্ন অঞ্চলত গছ ভাঙি পৰাৰ…

বিদেশলৈ চেনি ৰপ্তানিত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্ক, ১৪ মে' : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ইতিমধ্যে ঘৰুৱা ৰন্ধনশালাতো অনুভৱ হ’বলৈ আৰম্ভ কৰিছে। ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিতব্যয়ী হোৱাৰ বাবে আহ্বান জনাইছে । এই পৰিস্থিতিত খাদ্য সামগ্ৰী আৰু অন্যান্য…