নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰহমৰীয়াত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মাৰাথন দৌৰ

প্ৰাণৰো প্ৰাণ জনতাৰ শিল্পী জুবিন গাৰ্গ আজি ৫৩ সংখ্যক জন্ম দিন। জুবিনবিহীনভাৱে সমগ্ৰ ৰাজ্যতে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ জন্ম দিন পালন কৰিব। ব্যতিক্ৰম নহয় লাহোৱালৰ ৰহমৰীয়াত। ৰহমৰীয়া জুবিন ক্ষেত্ৰ সমিতি উদ্যোগত সূৰ্যোদয় যুৱ…

কাহিলিপাৰা-ত বকুলৰ তলত স্থাপন হাৰ্টথ্ৰবৰ আবক্ষ মূৰ্তি : সৰ্বত্ৰ আৱেগপ্ৰৱণ পৰিৱেশ 

কাহিলিপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ আগফালে মঙলবাৰৰ নিশা অজস্ৰ অনুৰাগীয়ে ভিৰ কৰে। কাৰণ আজি আপোন শিল্পীগৰাকীবিহীন আজি প্ৰথমটো জন্মদিন। প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিনত মধ্যৰাতিৰ পৰাই হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰি আৱেগিক পৰিৱেশ সৃষ্টি কৰে। নিশা…

‘জুবিন’বিহীন জুবিন-ৰ আজি প্রথমটো ওপজা দিন, এবুকু বিষাদেৰে ৰাজ্যবাসীৰ স্মৰণ

ছিংগাপুৰৰ মহাসমুদ্রত অনাকাংক্ষিতভাৱে প্রাণ হেৰুওৱা অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গৰ অবর্তমানত আজি ৰাজ্যবাসীয়ে পালন কৰিছে তেওঁৰ প্রথমটো জন্মদিন৷ ৰাজ্যজুৰি সর্বসাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি বিভিন্ন দল–সংগঠন, চৰকাৰলৈকে বিভিন্ন কার্যসূচীৰে…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৮ নৱেম্বৰ, আঘোণ মাহৰ ১ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণ ত্রয়োদশী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘৰলৈ সুখ আহিব৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ প্রতিকাৰ– ঘিউৰ…

ঢেকীয়াজুলিত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উদ্বোধন দেৱজিৎ লন শইকীয়াৰ

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ১৭ নৱেম্বৰ : ঢেকীয়াজুলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, শোণিতপুৰ জিলা সমিতিৰ আমন্ত্ৰণত অনুষ্ঠিত হোৱা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি-প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী চতুৰ্থ…

নগৰবেৰাৰ নিছিলামাৰীত চোৰাং গৰুসহ আটক দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ নৱেম্বৰ : কামৰূপৰ মন্দিৰা আৰক্ষীয়ে চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায় | অভিযানত ১২টাকৈ চোৰাং গৰুসহ দুজনক আটক কৰে আৰক্ষীয়ে | মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত চলা…

প্ৰাপ্যৰ দাবীত ফুকনবাৰী চাহ বাগিচাত অৱস্থান ধৰ্মঘট…

নিয়মীয়া বাৰ্তা, টেঙাখাত, ১৭ নৱেম্বৰ : অসম চাহ কৰ্মচাৰী সংঘৰ ফুকনবাৰী চাহ বাগিচা গোটৰ উদ্যোগত আজি টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ফুকনবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বাগিচাখনৰ…

মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী…

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক। বাংলাদেশৰ আদালতে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক নিৰস্ত্ৰ নাগৰিকৰ ওপৰত গুলীচালনা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত…

দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্রীৰ আসনত বহিব নীতিশ কুমাৰ, অমিত শ্বাহৰে গোপন বৈঠকত সিদ্ধান্ত প্রায় চূড়ান্ত

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : জল্পনা-কল্পনাৰ অন্ত পেলাই বিহাৰ চৰকাৰ গঠনৰ সূত্র চূড়ান্ত কৰিছে এনডিএ মিত্রজোঁটে৷ সেই অনুসৰি দশমবাৰলৈ নীতিশ কুমাৰেই মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সিদ্ধান্তও প্রায় চূড়ান্ত হৈছে৷ প্রথম অৱস্থাত বিহাৰ বিজেপিৰ একাংশ…

বিশ্ববিদ্যালয়ৰ সমীপৰ ভাৰাঘৰ বোমা তৈয়াৰী কাৰখানাত পৰিণত কৰিছিল ওমৰে

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : দিল্লীৰ বিস্ফোৰণ কাণ্ডৰ তদন্তৰ সমান্তৰালভাৱে ওলাইছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য৷ দিল্লী কাণ্ডৰে জড়িত তিনি জেহাদী চিকিৎসক গেঙৰ ভিতৰত আত্মঘাতী বোমাৰু ওমৰ নবী বোমা প্রস্তুত কৰাত পার্গত আছিল বুলি তদন্তকাৰীয়ে সন্দেহ…