নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এচিএছ দম্পতীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ যুৱতীৰ…

নিয়মীয়া বার্তা, ধুবুৰী, ১০ নৱেম্বৰ : দৈহিক সম্পৰ্ক, প্রতাৰণা আৰু ভাবুকি দিয়াৰ অভিযোগ তুলি দুগৰাকী এচিএছ বিষয়াৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে এগৰাকী যুৱতীয়ে৷ ৭ নৱেম্বৰত ধুবুৰীৰ এগৰাকী যুৱতীয়ে দাখিল কৰা সেই এজাহাৰখনে…

বিশ্ববিজয়ী অসম কন্যা

সদ্যসমাপ্ত মহিলা ক্রিকেট বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস সৃষ্টি কৰিলে এজাক ভাৰত কন্যাই৷ বিশ্ব ক্রিকেটত ভাৰতীয় দলৰ আধিপত্য অনস্বীকার্য যদিও ইয়াৰ আগলৈ ভাৰতৰ মহিলা দলে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ ইমান দিনে মহিলা ক্রিকেটত অষ্ট্রেলিয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১০ নৱেম্বৰ, কাতি মাহৰ ২৩ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণ ষষ্ঠী, নক্ষত্র : পুনর্বসু, যাত্রা : নাই মেষ : আর্থিক উন্নতিৰ কাৰক৷ বিদ্যাত জটিলতা নাপাব৷ পুৱাৰ ভাগত সাৱধানেৰে মত বিনিময় আদি কৰক৷ ঘৰুৱা বাধা কম৷ শুভ ৰং হালধীয়া, শুভ…

বেদখলমুক্ত হ’ল গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল…

বাৰ্তা ব্যুৰ', গোৱালপাৰা, ৯ নৱেম্বৰ : ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলোৱা হয়। গোৱালপাৰা জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পুৱা…

বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : শনিবাৰে বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ পাজ পেৰেইৰাই শপতগ্ৰহণেৰে দায়িত্বভাৰ গ্ৰহণ কৰে। ভাৰতবৰ্ষৰ হৈ উক্ত অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে আৰু ৰাষ্ট্ৰপতি পেৰেইৰাক ভাৰত তথা ভাৰতৰ…

তিনি দিন ধৰি সন্ধানহীন তিতাবৰ শিলিখাবাৰীৰ ছাত্ৰী, সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

নিয়মীয়া বাৰ্তা, তিতাবৰ, ৯ নৱেম্বৰ : তিতাবৰৰ শিখিলাবাৰী গাঁৱৰ এগৰাকী ছাত্ৰী তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাক লৈ আজি তিতাবৰ আৰক্ষী থানা চৌহদত ক্ষুব্ধ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত পিতৃ-মাতৃয়ে…

বাকচুত সদৌ অসম ভাওনা সমাৰোহ আৰু ৰাসলীলাৰ শুভাৰম্ভ…

নিয়মীয়া বাৰ্তা, গেলেকী, ৯ নৱেম্বৰ : “ভাওনাই মানুহক আধ্যাত্মিক আৰু সদাচাৰী হ’বলৈ শিকায়, ভাওনাই মানুহক নীতি শিক্ষা দিয়ে ৷”- শিৱসাগৰ জিলাৰ বাকচুত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম ভাওনা সমাৰোহ আৰু শ্ৰীকৃষ্ণ ৰাসলীলা উদ্বোধন কৰি আউনিআটী সত্ৰৰ…

ধুবুৰী প্ৰেছ ইউনাইটেডৰ ব্যাপক কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ নৱেম্বৰ : ধুবুৰীৰ তিনিটাকৈ সাংবাদিক সংস্থাই উমৈহতীয়াভাৱে ১৬ নৱেম্বৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটো দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰিব বুলি উদ্যোক্তাসকলে সদৰী কৰিছে। ধুবুৰী জাৰ্নেলিষ্ট এছচিয়েচন, ধুবুৰী জিলা…

ধুবুৰীৰ হোটেলত অনলাইন জুৱাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক আটক

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ নৱেম্বৰ : ধুবুৰীৰ এখন হোটেলৰ পৰা কালি সন্ধিয়া অনলাইন জুৱা ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তিনিজনকৈ যুৱকক আটক কৰে। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত কালি সন্ধিয়া ধুবুৰী আৰক্ষীৰ এটা দলে চহৰখনৰ…

মধুমেহ-মেদবহুলতাত আক্রান্তক ভিছা নিদিয়ে আমেৰিকাই, ট্রাম্পৰ নতুন নির্দেশনাক লৈ বিতর্ক

নিউজ ডেস্ক, ৯ নৱেম্বৰ : মেদবহুলতা বা মধুমেহ ৰোগত আক্রান্ত ব্যক্তিয়ে আমেৰিকাত থাকিবলৈ লাভ নকৰে ভিছা৷ ট্রাম্প প্রশাসনৰ এক অধিসূচনাত এই কথা ঘোষণা কৰা হৈছে৷ অধিসূচনা অনুসৰি এনে সমস্যাত আক্রান্ত লোকে আমেৰিকাৰ সম্পদ অপচয় কৰিব পাৰে বুলি ধৰি লোৱা…