নিয়োগ বাৰ্তা গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৬৭টা পদত চাকৰি নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা জুনিয়ৰ এডমিনিষ্ট্রেটিভ এছিছটেণ্ট পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় জন্মদিনৰ পার্টী আয়োজন কৰি বিপাঙত ফুটবলাৰ য়ামাল নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 খর্বকায় লোকক বিনোদনৰ আহিলা হিচাপে ব্যৱহাৰৰ অভিযোগ নিউজ ডেস্ক, ১৭ জুলাই : ১৮ বছৰত পদার্পণ কৰিয়েই বিতর্কত জড়িত হৈ পৰিল লেমিনে য়ামাল৷ জন্মদিনৰ পার্টী আয়োজন কৰি বিপাঙত পৰিছে এইগৰাকী স্পেইনৰ যুৱ তাৰকা৷ তেওঁৰ বিৰুদ্ধে প্রতিবন্ধী আইন ভংগৰ…
আন্তঃৰাষ্ট্ৰীয় লণ্ডনৰ ছেইণ্ট জেমছ পেলেচত ৰজাক সাক্ষাতেৰে মুগ্ধ ভাৰতীয় দল নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 আকাশদীপৰ অসুস্থ ভগ্নীৰ খবৰ ল’লে ৰজা তৃতীয় চার্লছে নিউজ ডেস্ক, ১৭ জুলাই : মঙলবাৰে লণ্ডনৰ ছেইণ্ট জেমছ পেলেচলৈ গৈছিল ভাৰতৰ পুৰুষ আৰু মহিলা ক্রিকেট দল৷ ৰজা তৃতীয় চার্লছে তাত ভাৰতীয় ক্রিকেটাৰসকলক সাক্ষাৎ কৰে৷ ক্রিকেটৰ উপৰি বিভিন্ন বিষয়ৰ…
আন্তঃৰাষ্ট্ৰীয় কিংবদন্তি চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়ৰ পৈতৃক গৃহ ভাঙিলে বাংলাদেশ চৰকাৰে নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 সংগ্রহালয়লৈ ৰূপান্তৰিত কৰাৰ পোষকতাৰে ভাৰতৰ উদ্বেগ প্রকাশ নিউজ ডেস্ক, ১৭ জুলাই : কিংবদন্তি চলচ্চিত্র নির্মাতা, লেখক সত্যজিৎ ৰায়ৰ বাংলাদেশৰ মৈমনসিঙত থকা পৈতৃক গৃহ দেশখনৰ চৰকাৰে ভাঙি পেলোৱাক লৈ উদ্বিগ্ণতা আৰু অসন্তুষ্টি ব্যক্ত কৰিছে ভাৰতে৷…
নিয়োগ বাৰ্তা এইমছত ২,৩০০ পদত চাকৰিৰ সুযোগ নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত খালী হোৱা ২৩শৰো অধিক গ্রুপ বি আৰু চি পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় বাংলাদেশৰ ইউনুছ চৰকাৰৰ পুনৰ ভাৰতবিৰোধী স্থিতি নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 চীনৰ সহযোগত তিস্তাক ন–ৰূপত গঢ়ি তুলিব বাংলাদেশে 🔹 উত্তৰ–পূর্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ঢাকাৰ ষড়যন্ত্রত উচটনি বেইজিঙৰ নিউজ ডেস্ক, ১৭ জুলাই : বাংলাদেশৰ স্থিতিক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে মহম্মদ ইউনুছ নেতৃত্বাধীন…
অসম ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ জোৱান নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 নক্সালবিৰোধী অভিযান 🔹 প্রাণেশ্বৰ কোচৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ ৫০ লাখ নিউজ ডেস্ক, ১৭ জুলাই : চিআৰপিএফৰ কোব্রা বেটেলিয়নৰ জোৱান প্রাণেশ্বৰ কোচৰ মৃত্যুৰ বাতৰিত মাগুৰমাৰীত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে কোকৰাঝাৰৰ মাগুৰমাৰীৰ ৰাভাপাৰা নিৱাসী…
অসম সন্দেহযুক্ত উচ্ছেদিতক ঘৰ সাজি দিব কংগ্রেছে নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 অসমৰ অস্তিত্ব বিপন্নকাৰী বেদখলকাৰীৰ পক্ষত মল্লিকার্জুন খার্গে বিশেষ বার্তা, ১৭ জুলাই : সংখ্যালঘুৰ ত্রাণকর্তা হিচাপে থিয় দি ভোটবেংক গঢ়িবলৈ চেষ্টা কৰা কংগ্রেছ এইবাৰ নামি পৰিল চৰকাৰী ভূমি–সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ৷…
অসম খ্যাতনামা চিকিৎসক সুৰজিৎ গিৰিৰ চাকৰিৰ পৰা অব্যাহতি বিচাৰি পত্র নিয়মীয়া বাৰ্তা Jul 17, 2025 🔹 চিকিৎসালয়ত দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াৰ ককর্থনা বিশেষ বার্তা, ১৭ জুলাই : ডিমৌ আদর্শ চিকিৎসালয়ৰ সংজ্ঞাহাৰক চিকিৎসক তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত সর্প বিশেষজ্ঞ হিচাপে খ্যাতি অর্জন কৰা ডাঃ সুৰজিৎ গিৰিক শিৱসাগৰ জিলাৰ এগৰাকী দণ্ডাধীশে…
সম্পাদকীয় মানৱতাৰ বধ্যভূমি ছুডান নিয়মীয়া বাৰ্তা Jul 17, 2025 চৌদিশে শিশু–নাৰীৰ আর্ত চিৎকাৰ৷ প্রাণৰক্ষাৰ বাবে প্রতিমুহূর্ততে দুর্গত জনতাই উদ্যত কামানৰ সন্মুখৰ পৰা পলায়ন কৰিবলগীয়া হৈছে৷ এক নৃশংস হত্যালীলাৰ ভয়াৱহ ছবি৷ জনপদসমূহৰ পথত যেনিয়ে–তেনিয়ে পৰি আছে ক্ষত–বিক্ষত মৃতদেহবোৰ৷ এয়াই আজি দেশখনৰ পৰিস্থিতি৷…