আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ১৭ জুলাই, আহাৰ মাহৰ ৩২ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই
মেষ : আজিৰ দিনটো প্রায় ফৰকাল৷ শৰীৰো বেয়া নাযাব৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ মনৰ মানুহৰ সান্নিধ্য লাভ৷…