ব্রহ্মপুত্রৰ ওপৰত চীনৰ নদীবান্ধ সামৰিক ভাবুকিতকৈ ভয়ংকৰ
🔹 অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ বিস্ফোৰণ
নিউজ ডেস্ক, ১১ জুলাই : ব্রহ্মপুত্রৰ উপৰিভাগত নির্মাণ কৰিছে বিশ্বৰ বৃহৎ নদীবান্ধ৷ ভাৰতৰ বাবে জলবোমা চীনৰ৷ বেইজিঙত এই বৃহৎ নদীবান্ধে ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ গভীৰ ভাবুকি কঢ়িয়াই আনিব৷…