প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগ : পাটাছাৰকুছিত সুধাকণ্ঠৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ সম্পূৰ্ণ
পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি ক্লাবৰ তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে এক নতুন আৰ্হিত পাটাছাৰকুছি…