CBSE-ৰ দ্বাদশ পৰীক্ষাৰ ফলাফলত ৯৩ শতাংশ নম্বৰেৰে উজলিল ৰিতৃষ্ণা
কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ (চিবিএছই, CBSE)ৰ দ্বাদশ পৰীক্ষাৰ কালি ঘোষিত ফলাফলত গুৱাহাটীৰ লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী ৰিতৃষ্ণা বৰাই ৯৩ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়।
চিত্রকলা আৰু নৃত্যৰ প্ৰতি গভীৰ ৰাপ থকা ৰিতৃষ্ণাই ইংৰাজীত…