শিৱভক্তৰ বাবে ৰে’লৰ বিশেষ ব্যৱস্থা ৰে’ল বিভাগৰ
শাওণ মাহটো শিৱভক্তৰ বাবে বিশেষ পৱিত্ৰ আৰু তাৎপৰ্যপূৰ্ণ। এই সময়ছোৱাত দেশৰ বিভিন্ন স্থানৰ পৰা লাখ লাখ ভক্তই শিৱমন্দিৰলৈ যাত্ৰা কৰে। ভক্তসকলৰ এই যাত্ৰা সহজ কৰিবলৈ ভাৰতীয় ৰেলৱেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
বৈদ্যনাথ ধামলৈ বিশেষ ৰেল সেৱা…