নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঐতিহাসিক লৰ্ডছ-ত আজি ইতিহাস ৰচিবনে টীম ইণ্ডিয়াই

লর্ডছ টেষ্টত জয়ৰ গোন্ধ পাইছে টীম ইণ্ডিয়াই৷ ঘৰুৱা দল ইংলেণ্ডে লর্ডছত চলি থকা তৃতীয়খন টেষ্টত জয়ৰ বাবে ভাৰতীয় দলক ১৯৩ ৰানৰ লক্ষ্য বান্ধি দিছে৷ ইংৰাজ বাহিনীয়ে তৃতীয়দিনা কোনো উইকেট নেহেৰুওৱাকৈ কৰা ২ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৰ…

মহানসকলৰ প্রতি সন্মান

মাত্র কেইদিনমানৰ আগতে দক্ষিণ আফ্রিকা আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত এখন টেষ্ট মেচত এটি চিন্তা উদ্রেককাৰী ঘটনাৰ সাক্ষী হৈ ৰৈছিল সমগ্র ক্রিকেট বিশ্ব৷ মেচখনত টেষ্ট ক্রিকেটত এটি অনবদ্য বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিছিল দক্ষিণ আফ্রিকাৰ উইয়ান…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১৪ জুলাই, আহাৰ মাহৰ ২৯ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু…

সোণাৰি চাপৰিত কিশোৰী সন্ধানহীনক লৈ চাঞ্চল্য

🔹 স্বামী কেৰালাত থকা লক্ষীমাইৰ বিৰুদ্ধে তৰিলে গোচৰ নিয়মীয়া বাৰ্তা, ১৩ জুলাই : ঢকুৱাখনা সম-জিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি জালভাৰী গাঁৱৰ বিচিত্ৰ শইকীয়া আৰু ৰূপজ্যোতি শইকীয়াৰ দ্বিতীয় কন্যা জোন শইকীয়া (১১)ক নিজ গাঁৱৰে গিৰীশ কোঁৱৰ…

নেপাল হৈ ভাৰতত আক্রমণ চলাব পাক সন্ত্রাসবাদী সংগঠনে !

🔹 নেপালৰ শীর্ষ বিষয়াৰ তাৎপর্যপূর্ণ মন্তব্য নিউজ ডেস্ক, ১৩ জুলাই : পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা (এলইটি) আৰু জঈছ–ই–মহম্মদ (জেইএম)–এ নেপাল হৈ ভাৰতত প্রৱেশ কৰি আক্রমণ কৰিব পাৰে বুলি নেপালৰ শীর্ষ বিষয়া এগৰাকীয়ে…

২০২৯ৰ ভিতৰত এইডছত মৃত্যু হ’ব ৪০ লাখৰ

🔹 ৰাষ্ট্রসংঘৰ এইডছ সম্পর্কীয় প্রতিবেদনত সকীয়নি নিউজ ডেস্ক, ১৩ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রই এইডছ কার্যসূচীত আকস্মিকভাৱে বিনিয়োগ প্রত্যাহাৰ কৰাৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি এইডছ কার্যসূচীত সংকট নামি আহিছে৷ ৰাষ্ট্রসংঘৰ এইডছ সম্পর্কীয় প্রতিবেদনত…

১৮ দিন মহাকাশত কটাই ওভতনি যাত্রা প্রথম ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাৰ

🔹 ১৪ জুলাইত আইএছএছৰ পৰা বিচ্ছিন্ন হৈ ১৫ জুলাইত পৃথিৱীত শুক্লা নিউজ ডেস্ক, ১৩ জুলাই : ইতিহাস ৰচি প্রথম ভাৰতীয় মহাকাশচাৰী হিচাপে গ্রুপ কেপ্টেইন সুভাংশু শুক্লাই আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছত ১৮ দিন কটাই ১৪ জুলাইত পৃথিৱীলৈ ওভতনি…

ক্রিকেটৰ মক্কা লর্ডছত অনন্য অভিলেখ ৰাহুলৰ

নিউজ ডেস্ক, ১৩ জুলাই : ক্রিকেটৰ মক্কা লর্ডছত আন এক শতক অর্জন টীম ইণ্ডিয়াৰ ষ্টাইলিছ বেটাৰ লোকেশ ৰাহুলৰ৷ ইয়াৰ লগে লগে ভাৰতীয় দলটোৰ তাৰকা বেটাৰগৰাকীয়ে ইতিহাসৰ পাতত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়৷ লর্ডছৰ ঐতিহাসিক খেলপথাৰত দুটা শতক অর্জন কৰি…

শিলচৰ এনআইটিত ৩৩টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, শিলচৰত খালী হোৱা কিছুসংখ্যক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

২০২৬ত মই কাৰো দয়া–কৰুণাত শিৱসাগৰত প্রার্থী নহওঁ

🔹 কংগ্রেছৰে সংঘাতক লৈ অখিল গগৈ বিশেষ বাৰ্তা, ১৩ জুলাই : মিত্রতাৰ প্রসংগত কংগ্রেছৰে সংঘাত ক্রমাৎ তীব্রতৰ হৈ পৰিছে ৰাইজৰ দলৰ৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই বহুচর্চিত মিত্রতাক কার্যতঃ নস্যাৎ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্রতিনিধিত্ব কৰা…