নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাভৈ ডিজিটেল চিনেমা হলত ৰৈ ৰৈ বিনালেৰ ৬ দিনৰ টিকট শেষ

৩১ অক্টোবৰত মুক্তি হ’বলগীয়া জুবিন গাৰ্গৰ অন্তিমখন ছবি "ৰৈ ৰৈ বিনালে"ৰ বাবে বিশ্বনাথৰ পাভৈ ডিজিটেল চিনেমা হলত মুক্তিৰ দিন ধৰি ৬টা দিনলৈ সকলো টিকট মুক্তিৰ পূৰ্বেই ইতিমধ্যেই বিক্ৰী হৈছে। বৰ্তমান ৬টা দৰ্শনী দৰ্শকৰ বাবে মুকলি কৰা হৈছে যদিও…

বর্ষাপাৰাত আজি মহিলা বিশ্বকাপৰ প্রথম ছেমিফাইনেল

মহিলা এদিনীয়া বিশ্বকাপৰ প্রথমখন ছেমিফাইনেলৰ বাবে সম্পূর্ণ সাজু বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি গুৱাহাটীত হ’বলগীয়া প্রথমখন ছেমিফাইনেলত মুখামুখি হ’ব চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা৷ আজিৰ…

সম্পাদকীয় : ডিজিটেল যুগত গ্রন্থমেলা

প্রতি বছৰ শৰৎ–হেমন্ত কালৰ বতাহে অসমৰ বুকুলৈ লৈ আহে গ্রন্থমেলাৰ দ্বাৰ উন্মোচনৰ খবৰ, নতুন কিতাপৰ গোন্ধ, পাঠকৰ ভিৰ আৰু কিতাপৰ পৃষ্ঠা লুটিওৱা৷ কিন্তু এই পৰিচিত মেলাৰ ভিতৰতেহ সংগোপনে সলনি হৈ গৈ আছে এটা যুগৰ স্বৰূপ– কিতাপ আৰু পঠনৰ জগতখনৰ চৰিত্র…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২৯ অক্টোবৰ)

আজিৰ বুধবাৰ, ২৯ অক্টোবৰ। আজি চন্দ্ৰ মকৰ ৰাশিত গমন কৰিছে, লগতে চন্দ্ৰ উত্তৰাষাঢ়া নক্ষত্ৰত সংচাৰণ কৰিব। আজিৰ দিনটোত চন্দ্ৰ আৰু ব্ৰিহস্পতিয়ে কেন্দ্ৰ যোগত অৱস্থান কৰি গজকেশৰি যোগ গঠন কৰিছে। লগতে চন্দ্ৰ আৰু সূৰ্যেও কেন্দ্ৰ যোগত অৱস্থিত হোৱাৰ…

কৰিমগঞ্জত বাংলাদেশৰ জাতীয় সংগীতেৰে সভা আৰম্ভ কংগ্ৰেছৰ…

শ্রীভূমি জিলা (কৰিমগঞ্জ)ত এক আজব ঘটনা সংঘটিত কৰিলে কংগ্ৰেছে। শ্রীভূমি জিলাৰ ইন্দিৰা ভৱনত বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হ'ল কংগ্ৰেছৰ সভা। কংগ্ৰেছীৰ এই বাংলাদেশপ্ৰেমক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ…

কলিয়াবৰত ৩২,৪৮২ মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মহিলা সবলীকৰণৰ দিশত ৰাজ্যত সূচনা হোৱা ৰূপান্তৰকাৰী যাত্রা অব্যাহত ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ সর্বমুঠ ৩২৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ…

জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ অকাল বিয়োগ

নগাঁও তথা অসমৰ এগৰাকী  সুপৰিচিত তথা জনপ্ৰিয় দিহানামৰ শিল্পী লিজা শইকীয়া দাসৰ আজি পুৱা মৃত্যু হয়। জনপ্ৰিয় শিল্পী গৰাকী নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নগাঁও চহৰৰ ব্যক্তিগত এখন চিকিৎসালয়ত দুদিন ধৰি চিকিৎসাধীন হৈ আছিল। আজি পুৱাৰ ভাগত শিল্পী…

নামৰ পিছত অসম উপাধি লগাই তাণ্ডৱ চলাইছে বীৰ লাচিত সেনাই : সৰৱ মুখ্যমন্ত্ৰী

বীৰ লাচিত সেনাৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত কালি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী…

বীৰ লাচিত সেনাৰ কাৰ্যালয় লণ্ডভণ্ড নলবাৰী জিলা বজৰং দলৰ

নলবাৰীত উত্তপ্ত পৰিস্থিতি। বজৰং দলৰ নলবাৰী জিলা সমিতিয়ে এল এন বি ৰোডত অৱস্থিত বীৰ লাচিত সেনাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ৰ বেনাৰ ফালি পেলোৱাৰ লগতে ভিতৰৰ পোষ্টাৰ-বেনাৰসমূহো লণ্ডভণ্ড কৰে। ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে। সূত্র অনুসৰি, বীৰ…

ধুবুৰীত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

ষট্ পূজা উপলক্ষে আজি পুৱতি নিশাৰ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাট লোকে-লোকাৰণ্য হৈ পৰে। উল্লেখ্য যে, এইবাৰ চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইত আৰু গদাধৰ নৈৰ মুঠ ৮টাকৈ পূৰ্বনিৰ্ধাৰিত পাৰঘাটত ষট্ পূজা অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰে এইবাৰো ধুবুৰী প্ৰশাসন…