নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি আই ডি কাৰ্যালয়ত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী…

আজি বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী উপস্থিত হয় চি আই ডি কাৰ্যালয়ত। সোমবাৰে ফোনযোগে বিশিষ্ট সাহিত্যিকগৰাকীক তলব কৰিছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত চলাই থকা এছ আই টিয়ে । সেই অনুসৰি আজি প্ৰায় ১১ বজাত চি আই ডি কাৰ্যালয়ত হাজিৰ…

টীম ইণ্ডিয়াৰে টেষ্ট শৃংখলা : দক্ষিণ আফ্রিকাৰ দল ঘোষণা

পুনৰ দললৈ প্রত্যাৱর্তন ঘটিল টেম্বা বাভুমাৰ৷ ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখন টেষ্ট মেচৰ শৃংখলাটোৰ বাবে দক্ষিণ আফ্রিকাৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে৷ ঘোষিত দলটোৰ অধিনায়ক হিচাপে পুনৰ দায়িত্ব লৈ…

ঊৰ্ধ্বমুখী বায়ু প্ৰদূষণ : দিল্লীত BS-6 বাহনৰহে প্ৰৱেশৰ অনুমতি

বায়ু প্ৰদূষণৰ বৰ্ধিত মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে এক গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত চৰকাৰে ঘোষণা কৰিছে যে ১ নৱেম্বৰ ২০২৫ৰ পৰা দিল্লীৰ সীমান্তত কেৱল BS-6 মানদণ্ডৰ বাণিজ্যিক বাহনহে প্ৰৱেশৰ অনুমতি পাব।…

জয়পুৰত চলন্ত বাছত অগ্নিকাণ্ড, মৃত্যু ২জনৰ, আহত ১২ শ্ৰমিক

পুনৰ এবাৰ জয়পুৰত সংঘটিত হ’ল ভয়ংকৰ বাছ দুৰ্ঘটনা। মজদুৰক লৈ যোৱা এখন বাছত হঠাতে জুই লাগে। উচ্চ ভল্টেজৰ বিদ্যুৎ তাঁৰত লগাৰ ফলতেই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ লগতে ১২জন মজদুৰ ভয়ংকৰভাৱে অগ্নিদগ্ধ হৈছে। এই ঘটনা জয়পুৰ চহৰৰ…

মুস্তাফাবাদৰ নতুন নামকৰণ কবীৰ ধাম, মুখ্যমন্ত্ৰী আদিত্যনাথ-ৰ ঘোষণা

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ-এ ঘোষণা কৰে যে লখিমপুৰ খেৰী জিলাৰ মুস্তাফাবাদৰ নাম এতিয়া ‘কবীৰ ধাম’ হিচাপে নামকৰণ কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে দেশৰ গৌৰৱ আৰু সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰৰ লক্ষ্য আগবঢ়াই লৈ গৈছে বুলি তেওঁ…

অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানত চাকৰি, সাক্ষাৎকাৰ ১১-১২ নৱেম্বৰ

অইল ইণ্ডিয়া লিমিটেড (OIL)-এ দুলীয়াজান ফিল্ড হেডকোৱাৰ্টাৰত তৎক্ষণাত নিযুক্তিৰ বাবে চুক্তিভিত্তিকভাৱে ১৬টা পদ পূৰণৰ বাবে এখন নিয়োগ সূচনা প্ৰকাশ কৰিছে। এই নিয়োগ Drilling/Workover Operator আৰু Drilling/Workover Assistant Operator পদৰ বাবে।…

ছুপ্রিম ক’ৰ্টৰ পৰৱর্তী মুখ্য ন্যায়াধীশ সূর্য কান্ত, গাভাইৰ অনুমোদন…

দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হ’ব সূর্য কান্ত৷ মুখ্য ন্যায়াধীশ বিআৰ গাভায়ে নিয়মানুযায়ী উচ্চতম ন্যায়ালয়ৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাপে সূর্য কান্তৰ নাম অনুমোদন জনাই কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিছে৷ মুখ্য ন্যায়াধীশ গাভাইৰ…

ৰঙিয়াত চাঞ্চল্য : মৰাণজানা ঔদ্যোগিক পামত উদ্ধাৰ চালকৰ মৃতদেহ

ৰঙিয়াৰ মৰাণজানা ঔদ্যোগিক পামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। KD IRON কোম্পানীৰ সন্মূখ ভাগত থকা নলাত উদ্ধাৰ হয় এজন চালকৰ মৃতদেহ। মৃত চালকজন ৰঙিয়াৰ খোপনিকুছিৰ আইজুল হক বুলি চিনাক্ত কৰা হৈছে। চালকজনে মৰাণজানাৰ KD IRON কোম্পানীত লোৰ ৰড আনিব…

পুৱতি নিশা ৰাজপথত চূৰ্ণ-বিচূৰ্ণ হ’ল বাহন, মৰিগাঁৱত চিকিৎসকসহ ৩ জনৰ প্ৰাণহানি

মৰিগাঁৱৰ নেলীত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত শেষ হৈ গ'ল এগৰাকী মানৱদৰদী চিকিৎসকৰ জীৱন। শোকাৱহ দুৰ্ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে দৰিদ্ৰ ৰোগীৰ কাষত অনবৰতে সাহস হৈ থিয় দিয়া চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে। এদিনত ২১গৰাকীকৈ প্ৰসূতিৰ অপাৰেচন কৰা চিকিৎসক…

গুৱাহাটীত ৰৈ ৰৈ বিনালে-ৰ পোষ্টাৰিং যতীন বৰাৰ

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা গল জুবিন গাৰ্গৰ সপোনৰ ছবি “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰিং। ৩১ অক্টোবৰত অসমৰ লগতে ভাৰতৰ কেইবাটাও ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে এই বহু প্রতীক্ষিত ছবি ৰৈ ৰৈ বিনালে। গুৱাহাটীত সদৌ অসম জুবিন ফেন ক্লাৱৰ সদস্যই…