আদালত চৌহদত মিঞাৰাজ, অধিবক্তাক আক্ৰমণৰ চেষ্টা ইমৰানৰ
লখিমপুৰ আদালত চৌহদত আজি সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। ইমৰান আলী নামৰ এজন ব্যক্তিয়ে আদালতৰ পৰিসৰত অধিবক্তা ব্ৰজেন বৰুৱাক খেদি গৈ আক্ৰমণৰ চেষ্টা কৰে।
সূত্রৰ তথ্য অনুসৰি, ঘটনা সংঘটিত হোৱাৰ পাছত আদালতত সৃষ্টি হয় চাঞ্চল্য। উপস্থিত লোকৰ সহায়ত…