নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ষট পূজা উদযাপন, মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ

আজি পবিত্ৰ ষট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত দেখা গ'ল উখল-মাখল পৰিৱেশ। বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ভক্তিপূৰ্ণভাৱে পালন কৰিলে এই ধৰ্মীয় উৎসৱটি। গুৱাহাটীৰ পাণ্ডু ঘাটত আজি পুৱাতে হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত উদযাপন কৰা হয় ষট পূজা। সূৰ্য দেৱতাৰ…

ভাষা-সংস্কৃতিৰ শক্তি

ভাষা আৰু সংস্কৃতিয়ে আমাৰ সমাজখনক কিদৰে শক্তিশালী কৰি ৰাখিছে, সেয়া আকৌ এবাৰ প্রমাণ হ’ল প্রাণৰ শিল্পী জুবিন গার্গৰ আকস্মিক বিয়োগত৷ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ মহাপ্রয়াণৰ পিছতে জাগ্রত হৈছে অসমীয়া সত্তা৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ মিলনভূমি অসমত…

জুবিনৰ মৃত্যুকাণ্ড : পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত ৫ অভিযুক্ত

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰে জড়িত ৫জন অভিযুক্তক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আৰক্ষীয়ে তদন্তৰ অংশ ৰূপে সন্দেহজনক ভূমিকা থকা ৫জনক…

নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩জনৰ মর্মান্তিক মৃত্যু

মৰিগাঁও জিলাৰ নেলীত আজি সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই পেলালে সমগ্ৰ অঞ্চল। নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দিওৱা বাহনখনত থকা ৩জনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। নিহতসকল হ’ল— চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত আৰু আছিক হুছেইন। স্থানীয় লোকে…

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (২৮ অক্টোবৰ)

গ্ৰহ-নক্ষত্ৰৰ গতি-চলনৰ আধাৰত ৰাশিফল নিৰ্ধাৰণ কৰা হয়। ২৮ অক্টোবৰ মঙ্গলবাৰ। আহক চাওঁ, আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব — মেষৰ পৰা মীন ৰাশিলৈকে। গ্ৰহ-নক্ষত্ৰৰ অৱস্থানঃ গুৰু — কৰ্কট ৰাশিত কেতু — সিংহ ৰাশিত শুক্ৰ —…

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ

বীৰ লাচিত সেনা, অসমৰ নেতা বিকাশ অসমক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। আজি এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা জনায় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। সংবাদ মেলত শৃংখল চলিহাই কয়- যিহেতু আমাৰ ওচৰত বহু অভিযোগ আহিছে কামৰূপ মহানগৰ…

অসমত প্ৰযোজ্য নহ’ব SIR : নিৰ্বাচন আয়োগৰ ঘোষণা

অসমত এইবাৰ প্ৰযোজ্য নহ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া (SIR)। নিৰ্বাচন আয়োগে আজিৰ  সংবাদ মেলত এই কথা স্পষ্টকৈ জনায়। নির্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে সদৰী কৰে যে, অসমত এন.আৰ.চি. প্ৰক্ৰিয়া চলি থকাৰ বাবেই এতিয়াৰ…

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষী

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ সন্ধানত অসম আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত আজি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্ৰ…

পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰ টিপলাইৰ নায়টাৰা-চৌটাৰা বিল

প্রকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপুৰ  ৰাজ্যৰ  চৌদিশ। যি পিনে চকু নিগৰাই সেইপিনে অপৰূপ সৌন্দৰ্যৰে বিৰাজমান। পাহাৰ, নৈ, নিজৰাৰ লগতে বিল জলাশয় সমুহেও প্ৰকৃতিৰ ৰূপ লাৱণ্যক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে পৰ্যটন বিভাগৰ দ্বাৰা বহু সংখ্যক…

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আজি বিয়লি আটক কৰে আৰক্ষীয়ে। খ্ৰীষ্টানবস্তিৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে ৰণ্টু পানীফুকনক। বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীৰ লগতে তন্ময় চেতিয়া আৰু উৎপল অসম নামৰ আন দুজনকো আটক কৰে আৰক্ষীয়ে।…